• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুই শতাধিক গছ কাটি গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণৰ পৰিকল্পনা গড়কপ্তানি বিভাগৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 10, 2019 12:09 pm
800f2ee3-ffaf-466a-be93-8a9792ab7c63

দেওবাৰে গছ কটাৰ পৰিকল্পনাৰ বিৰুদ্ধে শংকৰদেৱ উদ্যানৰ সন্মুখত অনুষ্ঠিত মানৱ শৃংখল কাৰ্য্যসূচী। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ ভৰলুস্থিত শংকৰদেৱ উদ্যান আৰু আজান পীৰ উদ্যানৰ দুই শতাধিক গছ কাটি ভৰলুমুখ-উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণৰ পৰিকল্পনা কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন গড়কপ্তানি বিভাগে।

ইতিমধ্যে কৰ্তন কৰিবলগীয়া গছসমূহত নম্বৰ ফলক লগোৱা হৈছে।

গড়কপ্তানি বিভাগে উন্নয়নৰ নামত বৃহৎ পৰিমাণৰ গছ কৰ্তন কৰাৰ সিদ্ধান্তৰ ঘোৰ বিৰোধিতা কৰিছে পশ্চিম গুৱাহাটী নাগৰিক সজাগতা মঞ্চই।

দেওবাৰে মঞ্চৰ উদ্যোগত শংকৰদেৱ উদ্যানৰ সন্মুখত অনুষ্ঠিত হয় এক মানৱ শৃংখল কাৰ্য্যসূচী।

ভৰলুমুখ অঞ্চলটোৰ শতাধিক কণ-কণ শিশু, জ্যেষ্ঠ নাগৰিকে হাতে হাতে ‘গছ ৰক্ষা কৰক’, ‘নদীৰ পাৰ সুৰক্ষিত কৰক’ ‘পৰিৱেশৰ ক্ষতি নোহোৱাকৈ দলং নিৰ্মাণ কৰক’ ইত্যাদি বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

উক্ত মানৱ শৃংখল অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ নাগৰিক ৰমেন চৌধুৰীয়ে নৰ্থ ইষ্ট নাওৰ আগত কয়, ‘দলং নিৰ্মাণৰ নামত গছ ধ্বংস কৰাটো অমূলক। দলংখন আমাৰ খুবেই দৰকাৰ। দলংখন হ’ব লাগে, কিন্তু দলঙৰ নামত প্ৰকৃতি ধ্বংস কৰাটো খুবেই দুখৰ কথা হ’ব। এডাৰ দুডাল গছ নহয়, প্ৰায় ২৫০ গছ কাটিব ওলাইছে।‘

‘গড়কপ্তানি বিভাগে ডিপিআৰ প্ৰস্তুত কৰাৰ পূৰ্বে স্থানীয় ৰাইজৰ সৈতে কথা পাতি ল’ব লাগিছিল। গছ কাটি শংকৰদেৱ উদ্যানখন ধ্বংস কৰিলে ভৱিষ্যত প্ৰজন্মৰ বাবে বহুত বিপদে দেখা দিব। গছ ৰোপন কৰাটোহে আমাৰ দায়িত্ব, গছ কটাটো আমাৰ দায়িত্ব নহয়। বিজ্ঞানসন্মতভাৱে দলংখন নদীৰ বুকুৰ ফালে কিছুদূৰ লৈ গ’লে গছসমূহ ৰক্ষা পৰিব,‘-তেওঁ লগতে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd