• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত অনা-অসমীয়া ব্যৱসায়ীৰে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সংঘাত

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
January 30, 2019 10:09 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ককলৈ ৰাজ্যৰ পৰিস্থিতি উত্তাল হৈ থকাৰ সময়তে শিৱসাগৰ নগৰত আজি অনা অসমীয়া ব্যৱসায়ীৰ হাতত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নেতা অপমানিত হ’বলগীয়া হোৱা ঘটনাই নগৰখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ঘটনা বিৱৰণী মতে, শিৱসাগৰ নগৰৰ মাৰোৱাৰী পট্টীৰ আশাৰাম বাগৰী নামৰ ব্যৱসায়ীজনৰ ব্যৱসায়ী প্ৰতিষ্ঠানলৈ চিলাৰায় দিৱস উদযাপনৰ বাবে বৰঙণি বিচাৰি আজি আক্ৰাছুৰ শিৱসাগৰ জিলা সমিতিৰ কেইগৰাকীমান নেতা গৈছিল।

বৰঙণি বিচৰাকলৈ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীৰ লগত আক্ৰাছুৰ তৰ্কাতৰ্কী হোৱাত প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী গৰাকীয়ে অসমীয়া জাতিকলৈ অপমানসূচক বক্তব্য কৰাৰ লগতে প্ৰতিষ্ঠানৰ চাটাৰ বন্ধ কৰি আক্ৰাছুৰ কৰ্মী কেইজনক প্ৰহাৰ কৰি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।

উক্ত ঘটনাক কেন্দ্ৰ কৰি আক্ৰাছুৰ সদস্যৰ লগতে আন আন জাতীয় সংগঠনসমূহে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে।তেওঁলোকে মাৰোৱাৰীপট্টীৰ সকলো ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ কৰি দিয়াৰ লগতে শিৱসাগৰ সদৰ আৰক্ষী থানাত ব্যৱসায়ীজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি তেওঁক আটক কৰাৰ দাবীত ৰাজপথত বহি প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে অভিযুক্ত ব্যৱসায়ীজনেও ঘটনাৰ সন্দৰ্ভত সংগঠনটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে বুলি জানিব পৰা গৈছে। আক্ৰাছুয়ে আৰক্ষীয়ে পক্ষপাতমূলক আচৰণ কৰাৰ অভিযোগ আনি দ’লমুখ চাৰিআলিত অৱস্থান ধৰ্মঘট কৰে।

Recent News

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

ভাৰতত উদ্যোগ ৪.০ গ্ৰহণ ত্বৰান্বিত কৰিবলৈ ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰ বিএছএনএল আৰু এনআৰএলৰ

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

গোলাঘাটৰ নেঘেৰিবিলত চলিব ৩০০ বিঘা মাটিত উচ্ছেদ! উচ্ছেদৰ পূৰ্বে ঠাই এৰিছে বাসিন্দাসকলে

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

অবৈধ নিৰ্মাণৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা মহিলা সাংবাদিকক আক্ৰমণ : জেলৰ পৰাই ওলাই আহি প্ৰতিশোধ লোৱাৰ ভাবুকি অভিযুক্তৰ

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

বন বিভাগৰ অধীনৰ অঞ্চলত ধ্বংস যজ্ঞ! ফকিৰাগ্ৰামৰ ১৮ লাখ টকীয়া প্ৰকল্পৰ বৈধতাক লৈ উঠিছে প্ৰশ্ন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd