• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্ৰমাৎ ইতিহাস হোৱাৰ দিশত শিৱসাগৰৰ অৰ্জুনগুৰিৰ মৃৎ শিল্পী

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
October 24, 2019 11:54 am
ফটো নৰ্থ-ইষ্ট নাও

ফটো নৰ্থ-ইষ্ট নাও

1.1k
VIEWS
Share on FacebookShare on Twitter

পোহৰৰ উৎসৱ দিপাৱলীলৈ মাজত মাথো কেইটামান দিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৃৎ শিল্পীসকল ব্যস্ত চাকি বনোৱাত। এইসকল শিল্পীৰ হাতৰ পৰশত প্ৰাণপাই উঠা প্ৰতিগজ বন্তিয়ে দেৱালীত উজলাই তোলে প্ৰতিঘৰ ব্যক্তিৰ পদুলি।

কিন্তু এইবছৰ মাটিৰ চাকি বন্তি বনোৱাৰ পৰা বিৰত আছে শিৱসাগৰৰ এখন গাঁৱৰ মৃৎ শিল্পৰ পৰিয়াল। বছৰ বছৰ ধৰি মাটিৰ চাকি বন্তি বনোৱা এইসকল পৰিয়ালে এইবাৰ দেৱালীত বনোৱা নাই চাকি।

দিখৌ নদীৰ পাৰত অৱস্থিত অৰ্জুনগুৰি কলিতা গাঁৱৰ বহুকেইটা পৰিয়ালে বছৰ বছৰ ধৰি এই মৃৎ শিল্পত জড়িত আছিল। পূৰ্বে দেৱালীৰ সময়ত লাখ লাখ মাটিৰ চাকি বনোৱা এই সকল মৃৎ শিল্পৰ পৰিয়ালে লাহে লাহে এৰিছে নিজৰ বংশগত বৃত্তি।

নদীৰ পলসুৱা মাটিৰ অভাৱ, হাজিৰাৰ লগতে প্ৰয়োজনীয় সা-সামগ্ৰী মূল্য বৃদ্ধিৰ বাবে এইদৰে লুপ্ত হ’ব ধৰিছে শিৱসাগৰৰ অৰ্জুনগুৰিৰ মৃৎ শিল্প। এই কথা জানিবলৈ দিয়ে এগৰাকী মৃৎ শিল্পীয়ে। তেওঁ কয় মাটিৰ চাকিৰ উচিত মূল্য লাভ নকৰাৰ বাবেও এই বৃত্তিৰ পৰা তেওঁলোক লাহে লাহে আঁতৰি আহিবলৈ বাধ্য হৈছে।

আনহাতে এই ব্যৱসায় জল পথেদি হয় আৰু বৰ্তমান দিখৌ নদীত পূৰ্বৰ দৰে নাও চলাচল নকৰাৰ বাবেও গাঁওখনত মৃৎ শিল্প লাহে লাহে লুপ্ত হ’ব ধৰিছে। এইক্ষেত্ৰত তেওঁলোকে চৰকাৰৰ পৰাও লাভ কৰা নাই কোনো সা সুবিধা।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd