• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যত ঘোষণা হ’ব নেকি লকডাউন? কি ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে?

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
May 14, 2021 6:16 pm
him
841
VIEWS
Share on FacebookShare on Twitter

লকডাউনৰ সম্ভাৱনা গোটেই অসমতে নাই। কিন্তু ডিব্ৰুগড়, গুৱাহাটী, তিনিচুকীয়াত অহা ৭ দিনৰ ভিতৰত উন্নত নহয় তেতিয়া এতিয়াতকৈও বেছি কঠোৰ নিৰ্দেশনাৰ কথা চিন্তা কৰিব লাগিব বুলি GMCH ত উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পূৰ্বৰ তুলনাত এইবাৰ কোভিডৰ ঘাতক ক্ষমতা বেছি বুলিও তেওঁ উল্লেখ কৰে। ডাবল মিউটেণ্ট ভাইৰাছটোৰ মানুহক মৃত্যু মুখত পেলোৱাৰ ক্ষমতা বেছি বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

ইপিনে, চাহ বাগিচাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা কাইলৈৰ প্ৰকাশ পাব বুলি উল্লেখ কৰি তেওঁ লগতে কয় “কিয়নো ১৩ মে’ৰ পৰা কাৰ্যকৰী হোৱা নিৰ্দেশনাত চাহ বাগান সন্দৰ্ভত কোনো কথা উল্লেখ কৰা হোৱা নাছিল। যাৰ সুবিধা বুজি বহু বাগানৰ মালিকে এই ভয়ংকৰ পৰিস্থিতিৰ মাজতো সন্ধিয়ালৈ কাম কৰোৱাইছিল শ্ৰমিকক।”

উল্লেখযোগ্য যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তগুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ অচ্যুত বৈশ্য, NHMৰ পৰিচালন সঞ্চালক লক্ষ্মনন এছ, NHM ৰ কাৰ্যবাহী সঞ্চালক মনোজ চৌধুৰীসহ অন্য কেইবাজনৰো উপস্থিতিত এক বৈঠক অনুষ্ঠিত হয়।

এই বৈঠকৰ অন্তত সংবাদমাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় “কণ্টেইনমেণ্ট জনৰ ভিতৰত থকা দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকক ২ হাজাৰ টকাৰ খাদ্য সামগ্ৰী যোগান ধৰা হ’ব। লগতে ক’ভিডত আক্ৰান্ত হোৱা ৫০ ৰ উৰ্দ্ধৰ ব্যক্তি ১৭ মে ‘ ৰ পৰা হস্পিতালত থকাতো বাধ্যতামুলক হব।”

লগতে ১৭ মে’ৰ পৰাই গুৱাহাটীত প্ৰতিদিনে ২০০০০ টেষ্ট কৰোৱা হব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। জিএমচিএইচৰ কাৰ পাৰ্কিঙত ২০০ টা আইচিইউ নিৰ্মাণৰ কাম চলি থকা বুলিও তেওঁ জনায়।

ইপিনে, অসমত বৰ্তমানো বহু পৰিমাণে অক্সিজেন মজুত থকা বুলিও তেওঁ দাবী কৰে। ইয়াৰ বাহিৰেও প্ৰতিদিনে অসমক ২৫ মেট্ৰিক টনকৈ অক্সিজেন  কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰি আছে বুলিও তেওঁ উল্লেখ কৰে।

Recent News

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd