• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাতংক : মৰিগাঁও অসামৰিক চিকিৎসালয় পৰিদৰ্শন মুখ্য মন্ত্ৰী সোণোৱালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 6, 2020 9:52 pm
CM in Isolation Ward Maorgaon 2
21.4k
VIEWS
Share on FacebookShare on Twitter

মৰিগাঁও জিলাত ক‍’ৰ’না সংক্ৰমণ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলী পৰ্যালোচনা কৰাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয় সভা কক্ষত এক বৈঠকত মিলিত হয়।

বৈঠকত জিলা উপায়ুক্ত গৰাকীয়ে ক’ৰ’না ভাইৰাছ প্ৰতিহত কৰাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপ সম্পৰ্কে মুখ্য মন্ত্ৰীক অৱগত কৰে।

বৈঠকত মুখ্য মন্ত্ৰীয়ে কয় যে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে অতি তৎপৰতাৰে সেৱা আগবঢ়াই আহিছে, সেয়ে এই লোকসকলক আমি উৎসাহ যোগাব লাগিব।

ইয়াৰ উপৰি বৈঠকত অত্যাৱশ্যকীয় সামগ্ৰীৰ মজুতকৰণ সন্দৰ্ভতো পৰ্যালোচনা কৰা হয়।

অত্যাৱশ্যকীয় সামগ্ৰী সমূহ যাতে জনসাধাৰণে লাভ কৰি থাকে আৰু কোনো ব্যৱসায়ীয়ে যাতে মূল্যবৃদ্ধি কৰিব নোৱাৰে সেইটো নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে.

মুখ্য মন্ত্ৰীৰ উপৰি এই বৈঠকত স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকা, বিধায়ক ৰমাকা্ত দেউৰী, উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষকৰ লগতে শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকে।

Tags: COVID-19

Recent News

লাডাখবাসীৰ প্ৰতিবাদত হাৰ মানিলে কেন্দ্ৰই! নতুন সংৰক্ষণ আইনত অনুমোদন কেন্দ্ৰৰ

লাডাখবাসীৰ প্ৰতিবাদত হাৰ মানিলে কেন্দ্ৰই! নতুন সংৰক্ষণ আইনত অনুমোদন কেন্দ্ৰৰ

ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাসকলৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে সাত দফীয়া নিৰ্দেশনা

ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাসকলৰ সুৰক্ষাৰ বাবে উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে সাত দফীয়া নিৰ্দেশনা

ন্যায়াধীশৰ স্বাধীনতা অতি প্ৰয়োজনীয়! নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপক লৈ কঠোৰ মন্তব্য মুখ্য ন্যায়াধীশৰ

ন্যায়াধীশৰ স্বাধীনতা অতি প্ৰয়োজনীয়! নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰী হস্তক্ষেপক লৈ কঠোৰ মন্তব্য মুখ্য ন্যায়াধীশৰ

উত্তৰ-পূবৰ ৰাজ্যসমূহত অনিয়ন্ত্ৰিত হৈ পৰিছে বান পৰিস্থিতি! ৪৪ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

উত্তৰ-পূবৰ ৰাজ্যসমূহত অনিয়ন্ত্ৰিত হৈ পৰিছে বান পৰিস্থিতি! ৪৪ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd