• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰেম্পত আৰ্কষণীয় বেশভূষাৰে কজলা পখৰা : গৰু বিহুৰ দিনা গোবিন্দপুৰ সত্ৰত গৰুৰ ফেশ্যন শ্বো

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
April 15, 2019 7:25 am
IMG_20190414_224310

বজালীৰ গোবিন্দপুৰ সত্রত অনুষ্ঠিত গৰুৰ ফেশ্যন শ্বোৰ দৃশ্য। ফটো : নৰ্থইষ্ট নাও

1k
VIEWS
Share on FacebookShare on Twitter

সাধাৰণতে নিজা সাজোন কাচোনেৰে সুন্দৰী সকল সৌন্দৰ্য্য  প্ৰতিযোগিতালৈ আহে। পিচে, এইবাৰ ৰেম্পত আৰ্কষণীয় বেশভূষাৰে সজাই পৰাই অনা হ’ল চহা ৰাইজৰ বুকুৰ আপোন গো ধনক। কৃষক আৰু গো পালকে নিজেই ৰেম্পলৈ লৈ আনিলে গো ধনক। এই ব্যতিক্ৰমী গৰুৰ ফেশ্যন শ্বো অনুষ্ঠিত হৈছে বজালীত।

এয়াও আছিল এক সৌন্দৰ্য্য প্ৰতিযোগিতা। ৰেম্পত কৃষকৰ কাষতে থিয় হৈছে গো ধন। বিগত বাৰ বছৰ  ধৰি বজালীৰ ঐতিহ্য পূৰ্ণ গোবিন্দপুৰ সত্ৰৰ চৌহদত অনুষ্ঠিত কৰি অহা হৈছে এই প্ৰতিযোগিতাৰ।

মূলত: কৃষক ৰাইজ আৰু গো পালক সকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে গৰু বিহুৰ দিনাখন আয়োয়োজন কৰা হয় এই ব্যতিক্ৰমী প্ৰতিযোগিতাখনৰ।পুৱাতে মা হালধীৰে নোৱাই-ধোৱাই লোৱা গো ধনক পাট মুগা বৰণীয়া বিহুৱান, লাও বেঙেনাৰে তথা পৰম্পৰাগত অসমীয়া সম্পদৰে সজাই পৰাই অনা হয় ৰেম্পলৈ। আনহাতে, ধূতি,গামোচা,নাঙল,যুঁৱলি ,গৰু গাড়ী আদি বিভিন্ন সম্ভাৰেৰে ৰেম্প সজোৱা হয়।

ৰাজ্যৰ ভিতৰতৰ প্ৰথম খন গৰুৰ ফেশ্যন শ্বো বুলি পৰিচিত অনুষ্ঠানটিত অঞ্চলটোৰ ৰাইজৰ লগতে দূৰদূৰণিৰ ৰাইজে ভিৰ কৰে। ইপিনে,বিহু হুচৰিৰে গো ধনক আদৰি অনা হয়।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd