• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটাৰোডত ৰাজীৱ ভৱনত বিজেপিৰ পতাকা আৰি থোৱাক লৈ কংগ্ৰেছ-বিজেপিৰ মাজত বোকা ছটিওৱা খেল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2019 8:22 pm
bjp-flag-750x430

বৰপেটাৰোডত ৰাজীৱ ভৱনত উৰিল বিজেপিৰ কাৰ্যালয়

735
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছত বৰপেটাৰোডৰ ৰাজীৱ ভৱনত বিজেপিৰ পতাকা আৰি থোৱাক লৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত অব্যাহত আছে পৰস্পৰে পৰস্পৰক বোকা ছটিওৱাৰ খেল।

ঘটনা সন্দৰ্ভত ২৬ মে’ত বৰপেটাৰোড মণ্ডল বিজেপিৰ সভাপতি ৰাজেশ সৰকাৰে প্ৰেজ বিবৃতিযোগে কোনো দুষ্ট চক্ৰই বিজেপিৰ ভাৱমুৰ্তি বিনষ্ট কৰাৰ বাবে এনে কাৰ্য্য সংঘটিত কৰা বুলি উল্লেখ কৰে।

আনহাতে, বিজেপিৰ প্ৰেছ বিবৃতিৰ পাছত আজি বৰপেটাৰোড মণ্ডল কংগ্ৰেছৰ তৰফৰ পৰাও সভাপতি প্ৰদীপ সাহাই এখন প্ৰেছ বিবৃতি প্ৰকাশ কৰে।

কংগ্ৰেছে প্ৰকাশ কৰা প্ৰেছ বিবৃতিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সকলো কৰ্মীয়ে সকলো ৰাজনৈতিক দলৰ কাৰ্য্যালয়ক পৱিত্ৰ স্থান হিচাপে গন্য কৰ বুলি উল্লেখ কৰি বিজেপি দলৰ কৰ্মকাণ্ডই দুষ্কৃতিকাৰীক উৎসাহিত কৰাহে পৰিলক্ষিত হৈছে বুলি কয়।

তদুপৰি সাহাই জিলা প্ৰশাসনক ঘটনাৰ উচিত তদন্ত কৰি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি শাস্তি দিয়াৰ বাবে দাবী জনায়।

সমগ্ৰ ভাৰতত বিজেপিয়ে একক সংখ্যা গৰিষ্ঠতা পোৱাৰ সময়ত বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে মিত্ৰজোটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসক বিপুল ভোটৰ ব্যৱধানত পৰাস্ত কৰি সাংসদ হিচাপে নিৰ্বাচিত হয়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd