• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মনোনয়ন পত্ৰ দাখিল কলিয়াবৰৰ কংগ্ৰেছ প্ৰাৰ্থী তথা সাংসদ গৌৰৱ গগৈৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2019 2:36 pm
Gaurav Gogoi

গৌৰৱ গগৈৰ মনোনয়ন দাখিলৰ ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া লোকসভা নিৰ্বাচনৰ বাবে আজি কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ গৌৰৱ গগৈয়ে অসংখ্য সমৰ্থকক লগত লৈ দুপৰীয়া প্ৰায় ১২.৩৬ বজাত নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত অতিৰিক্ত উপায়ুক্ত তথা ৰিতাৰ্নিং বিষয়া হেমন্ত ভূঞাৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে।

মনোনয়ন দাখিলৰ পূৰ্বে সাংসদগৰাকীয়ে সমষ্টিটোৰ হাজাৰ হাজাৰ সমৰ্থকৰ সৈতে কংগ্ৰেছ ভৱনৰ পৰা নগাঁও চহৰৰ মাজেৰে এক বিশাল সমদল উলিয়াই। সমৰ্থক সকলক উদ্দেশ্যি তেওঁ কয়, ‘আপোনালোকৰ মৰম, আশীৰ্বাদ পাই যোৱাবাৰ কলিয়াবৰ সমষ্টিৰ পৰা কংগ্ৰেছ জয়ী হৈছিল। এতিয়া পুনৰ পৰীক্ষাৰ সময় আহিল। এতিয়া দেশে বিচাৰি আছে কেনেকে বিজেপি চৰকাৰক বিদায় দিব পাৰি’।

Apply Now

সাংসদ গগৈয়ে লগতে আৰু কয়, ‘অসমৰ জাতি-মাটি-ভেটি ৰক্ষা আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ স্বাৰ্থত কংগ্ৰেছেই একমাত্ৰ দল’। ইয়াৰ উপৰি কংগ্ৰেছ দলেহে একমাত্ৰ দুখীয়াৰ বাবে কাম কৰিব বুলিও সাংসদগৰাকীয়ে উল্লেখ কৰে।

মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত সাংসদগৰাকীৰ লগত প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনৰ লগতে বিস্মিতা গগৈ, অজন্তা নেওগ, নুৰুল হুদাৰ লগতে আন কেইবাজনো শীৰ্ষ পৰ্যায়ৰ নেতাই সংগ দিয়ে।

ইফালে মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে সাংসদ গগৈয়ে আজি পুৱা দৌলযাত্ৰা মহোৎসৱৰ পবিত্ৰ দিনত গুৰুজনাৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থান, ঐতিহাসিক দৌল মন্দিৰত সেৱা জনাই সত্ৰাধিকাৰ, ভকত-বৈষ্ণৱ-আই-মাতৃসকলৰ আশীৰ্বাদ গ্ৰহণ কৰে।

উল্লেখ্য যে কলিয়াবৰ লোকসভা সমষ্টিতো দহটা বিধানসভা সমষ্টিৰে গঠিত। সমষ্টি কেইটা হ’ল- চামগুৰি, কলিয়াবৰ, ধিং, গোলাঘাট, বোকাখাট, দেৰগাঁও, বটদ্ৰৱা, ৰূপহীহাট, সৰুপথাৰ আৰু খুমটাই।

সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ত অহা ১১ এপ্ৰিলত ভোটগ্ৰহণ হ’ব লগা সমষ্টিটোৰ মনোনয়ন দাখিলৰ অন্তিম দিন ২৫ মাৰ্চ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৰ্জেণ্টিনা নহয়, ২০২৬ চনৰ ফিফা বিশ্বকাপ জিকিব এইখন দেশ! কি ক’লে মেচিন লাৰ্নিং প্ৰযুক্তিয়ে?

আৰ্জেণ্টিনা নহয়, ২০২৬ চনৰ ফিফা বিশ্বকাপ জিকিব এইখন দেশ! কি ক’লে মেচিন লাৰ্নিং প্ৰযুক্তিয়ে?

June 11, 2026 8:05 am
মধুমেহ ৰোগ নিয়ন্ত্ৰণত মানসিক অৱসাদৰ প্ৰভাৱ: কেনেকৈ চিনাক্ত কৰিব মানসিক বিষাদ?

মধুমেহ ৰোগ নিয়ন্ত্ৰণত মানসিক অৱসাদৰ প্ৰভাৱ: কেনেকৈ চিনাক্ত কৰিব মানসিক বিষাদ?

June 11, 2026 6:45 am
আমেৰিকাত প্ৰৱেশৰ অনুমতি নোপোৱা চোমালিয়াৰ ফিফা ৰেফাৰীক স্বদেশত বীৰোচিত সম্বৰ্ধনাৰে আদৰণি

আমেৰিকাত প্ৰৱেশৰ অনুমতি নোপোৱা চোমালিয়াৰ ফিফা ৰেফাৰীক স্বদেশত বীৰোচিত সম্বৰ্ধনাৰে আদৰণি

June 10, 2026 8:57 pm
আমেৰিকাত নিৰাপত্তাৰ চূড়ান্ত বিফলতা, মেছি আৰু আৰ্জেন্টিনা দলৰ গোপনীয় তথ্য ফাদিল

আমেৰিকাত নিৰাপত্তাৰ চূড়ান্ত বিফলতা, মেছি আৰু আৰ্জেন্টিনা দলৰ গোপনীয় তথ্য ফাদিল

June 10, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰ্জেণ্টিনা নহয়, ২০২৬ চনৰ ফিফা বিশ্বকাপ জিকিব এইখন দেশ! কি ক’লে মেচিন লাৰ্নিং প্ৰযুক্তিয়ে?

আৰ্জেণ্টিনা নহয়, ২০২৬ চনৰ ফিফা বিশ্বকাপ জিকিব এইখন দেশ! কি ক’লে মেচিন লাৰ্নিং প্ৰযুক্তিয়ে?

June 11, 2026 8:05 am
মধুমেহ ৰোগ নিয়ন্ত্ৰণত মানসিক অৱসাদৰ প্ৰভাৱ: কেনেকৈ চিনাক্ত কৰিব মানসিক বিষাদ?

মধুমেহ ৰোগ নিয়ন্ত্ৰণত মানসিক অৱসাদৰ প্ৰভাৱ: কেনেকৈ চিনাক্ত কৰিব মানসিক বিষাদ?

June 11, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd