• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৃষক বিদ্ৰোহৰ পাৰ্শ্বক্ৰিয়া!পঞ্জাৱৰ পৌৰ নিৰ্বাচনত কংগ্ৰেছৰ জয়জয়কাৰ, ধূলিস্যাৎ বিজেপি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2021 3:32 pm
urban-body-polls-.1.966465
235
VIEWS
Share on FacebookShare on Twitter

দুমাহৰো অধিক কাল ধৰি দিল্লীত চলি থকা কৃষক বিদ্ৰোহৰ পাৰ্শ্বক্ৰিয়া যেন দেখিবলৈ পোৱা গ’ল পঞ্জাৱত।

পঞ্জাৱত শেহতীয়াকৈ অনুষ্ঠিত হোৱা পৌৰ নিৰ্বাচনৰ আজি ভোট গণনাত কংগ্ৰেছে আশাতীত ফলাফল লাভ কৰাৰ বিপৰীতে বিজেপি, আম আদমী পাৰ্টীকে ধৰি আকালী দল আদিয়ে বাৰুকৈয়ে মুখ থেকেছা খোৱা পৰিলক্ষিত হৈছে।

দেওবাৰে পঞ্জাৱৰ ১১৭ খন পৌৰ সভা আৰু পৌৰ নিগমৰ বাবে ভোটগ্ৰহণ হৈছিল।

ইয়াৰে ৮ টা আছিল পৌৰ নিগম আৰু বাকী ১০৯ টা পৌৰসভা।এই নিৰ্বাচনত ২,৩০২ খন আসনত অংশগ্ৰহণ কৰিছিল ৯,২২২ গৰাকী প্ৰাৰ্থীয়ে।

আজি ঘোষিত ফলাফল অনুসৰি ৮ খন পৌৰ নিগমৰ ভিতৰত এতিয়ালৈকে ৬ খনেই দখল কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছে।

কংগ্ৰেছৰ দখললৈ যোৱা পৌৰ নিগম কেইখন হ’ল ক্ৰমে মোগা,হোছিয়াৰপুৰ,কাপুৰথালা,পাঠানকোট,আবহাৰ আৰু ভাতিণ্ডা।

History has been made today!
Bathinda will get a Congress Mayor for the 1st time in 53 years!
Thank you to ALL Bathinda residents.

Congratulations to the people of Bathinda for a spectacular victory.
Kudos to all Congress candidates and workers, who toiled for this day. pic.twitter.com/Xvczq5MjfU

— Manpreet Singh Badal (@MSBADAL) February 17, 2021

লক্ষ্যণীয় কথাটো হ’ল সুদীৰ্ঘ ৫৩ বছৰৰ পিছত কংগ্ৰেছে ভাতিণ্ডা পৌৰ নিগম নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে। আকালি দলৰ দুৰ্গ হিচাবে পৰিচিত ভাতিণ্ডা কংগ্ৰেছৰ দখললৈ যোৱাত শলঠেকত পৰিছে আকালি দল।

এই সমষ্টিৰ পৰাই আকালি দলৰ বহু কেইগৰাকী বাঘা বাঘা নেতা বিধানসভালৈ নিৰ্বাচিত হোৱাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীও হৈছিল।ইপিনে পৌৰসভাৰ ভোটগণনাতো আগুৱাই আছে কংগ্ৰেছে।

কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপিয়ে প্ৰায় সকলো আসনতে হতাশ জনক ফলাফল দেখুৱাইছে।

অহা বছৰ পঞ্জাৱ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু সেই নিভাচনত ৰাজ্য খনৰ পৌৰ নিৰ্বাচনৰ ফলাফলে বিস্তৰ প্ৰভাৱ পেলাব বুলি ধাৰণা কৰিছে ৰাজনৈতিক বিজ্ঞ মহলে।

Recent News

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd