• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিৰ বিৰুদ্ধে পৰিছে চাইলেণ্ট ভোট, দ্বিতীয় পৰ্যায়ত কংগ্ৰেছে পাব ৪ বা ৫ খন আসন : ৰিপুন বৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2019 7:19 pm
899
VIEWS
Share on FacebookShare on Twitter

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ ব্যাপক উছাহ আনন্দৰ মাজতে কাইলৈ অৰ্থাৎ ১৮ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ৰ দৰে দ্বিতীয় পৰ্যায়টো অসমৰ পাঁচটাকৈ লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো কেইঘণ্টামান বাকী থকা অৱস্তাতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই প্ৰথম পৰ্যায়ৰ তুলনাত দ্বিতীয় পৰ্যায়ত অধিক ভাল ফলাফল লাভ কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।

সভাপতি ৰিপুন বৰাই কয় যে কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত পাঁচখন আসনৰ ভিতৰত তিনিখন আসন লাভ কৰাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত পাঁচখনৰ ভিতৰত কংগ্ৰেছে চাৰিখন অথবা পাঁচখন আসনেই লাভ কৰিব।

সভাপতি ৰিপুন বৰাই কয় যে বহুলোকে বিজেপিৰ ভায় ভাবুকিৰ বাবে মনে মনে বিজেপিৰ বিৰুদ্ধে ভোট দিছে। গতিকে তেওঁ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনতকৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অধিক ভাল ফলাফল পাব বুলি প্ৰকাশ কৰে।

Tags: নিৰ্বাচন ২০১৯

Recent News

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

NBA Raising Star Leuge: ভাৰতীয় দলত স্থান লাভ অসমৰ জীয়ৰী ৰুমী কোঁৱৰ

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

কৃত্ৰিম বানৰ কবলত শিৱসাগৰত: জলমগ্ন ঐতিহাসিক ৰংঘৰ চৌহদো

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

লামডিং–বদৰপুৰ ৰে’লপথত ভূমিস্খলনৰ বাবে যাত্ৰাত ব্যাঘাত! এনএইচএআইৰ তদন্ত আৰম্ভ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

আদানী, আম্বানী, ৰামদেৱ আদিৰ দৰে পুঁজিপতি গোষ্ঠীক এই মাটি হস্তান্তৰ কৰিব নোৱাৰিব : ৰাজ্যপালক স্মাৰক পত্ৰ আম আদমী পাৰ্টিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd