• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম আৰোগ্য নিধিলৈ সাহায্য অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ৰাজ্যবাসীৰ প্ৰতিটো সংকট আৰু দুৰ্যোগৰ প্ৰতি সদা সচেতন : পলাশ চাংমাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 29, 2020 11:51 am
5e1037ad-9a7d-4081-b54f-e71c91ed605a

ফটো : নৰ্থ-ইষ্ট নাও

492
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন সময়ত বিভিন্ন বিষয়ক লৈ মতাদৰ্শ ভিন্ন হ’লেও দেশৰ দুৰ্যোগৰ সময়ত সকলো এক, এই কথাই প্ৰমাণিত কৰি অসম আৰোগ্য নিধিলৈ সাহায্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।

মঙলবাৰে সন্ধিয়া স্বাস্থ্য মন্ত্ৰীক সাক্ষাৎ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পুতুল দত্ত আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইৰ নেতৃত্বত যোৱা এটা দলে।

স্বাস্থ্য মন্ত্ৰীক সাক্ষাৎ কৰি অসম আৰোগ্য নিধিলৈ ১ লাখ ৫১ হাজাৰ টকাৰ চেক প্ৰদান কৰে সংগঠনটোৱে।

ইয়াৰ পাছতে এই সম্পৰ্কে নিজৰ ফেচবুক প্ৰফাইলত লিখি চাংমায়ে কয়, “দেশৰ দুৰ্যোগৰ সময়ত চৰকাৰক সহায়ৰ হাত আগবঢ়োৱাটো দায়িত্বশীল নাগৰিকৰ কৰ্তব্য। অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ এনে মহানুভৱতা ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ ৰব। দল মত পাৰ্থক্য বাদ দিয়ক। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ৰাজ্যবাসীৰ প্ৰতিটো সংকট আৰু দুৰ্যোগৰ প্ৰতি সদা সচেতন”।

অনাগত সময়তো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অসমৰ ৰাইজৰ ৰাজহুৱা স্বাৰ্থ জড়িত এনে বিষয়ত পাৰ্য্যমানে সহযোগিতা আগবঢ়াই যাব বুলি তেওঁ উল্লেখ কৰে।

অসমবাসী ৰাইজক উদ্দেশ্যি তেওঁ কয় ” ক’ভিদ- ১৯ এক মাৰাত্মক মহামাৰী, এই ৰোগৰ অদ্যপি কোনো ভেকচিন বা ঔষধ ওলোৱা নাই। সুৰক্ষিত থকাটোৱেই ইয়াৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায়। সেয়ে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে সকলোৱে স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা মানি চলক।”

Recent News

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এইবাৰ বিজেপি শাসিত মহাৰাষ্ট্ৰত আবকাৰী দুৰ্নীতি! কেগৰ প্ৰতিবেদনত প্ৰকাশ কোটি-কোটি টকাৰ কেলেংকাৰী

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

এডভান্টেজ অসম – ২ হৈ যোৱাৰ পাছত অসমৰ জনজাতীয় মানুহৰ মাটি অধিগ্রহণৰ তথ্য উদ্বেগজনক- সাংসদ অজিত কুমাৰ ভূঞা

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

নৃশংস! পুৰীত তিনি যুৱকে জীৱন্তে জ্বলালে নাবালিকাক

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

৪০ বছৰে বাংলাদেশী নেৰেটিভ বিক্ৰী কৰি ৰাজনীতিৰ বেপাৰ ৰমৰমীয়াকৈ চলি আছে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd