• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাভাইৰাছ: অসমৰ সকলো শিক্ষানুষ্ঠানলৈ জৰুৰী নিৰ্দেশ শিক্ষা বিভাগৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 15, 2020 4:46 pm
Coronavirus: Number of confirmed cases crosses 150 in India; Maharashtra worst hit

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

110.5k
VIEWS
Share on FacebookShare on Twitter

অসমৰ শিক্ষা বিভাগে কৰ’নাভাইৰাছৰ বিৰুদ্ধে সুৰক্ষামূলক ব্যৱস্থাৰ অংশৰূপে ৰাজ্যৰ সমূহ শিক্ষানুষ্ঠানলৈ শনিবাৰে জৰুৰী নিৰ্দেশ জাৰি কৰিছে।

শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াৰ নিৰ্দেশটো তৎকালে কাৰ্য্যকৰী হ’ব আৰু ই অহা ১৫ এপ্ৰিললৈকে বাহাল থাকিব।

সকলো শিক্ষানুষ্ঠানতে প্ৰাতঃ সমাৱেশ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

আপডেট: জৰুৰী জাননী : ২৯ মাৰ্চলৈ বন্ধ থাকিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান, ছবিগৃহ, ৰাজহুৱা অনুষ্ঠান

শিক্ষানুষ্ঠানসমূহত সকলো ধৰণৰ প্ৰদৰ্শনী ইত্যাদিৰ আয়োজন নকৰিবলৈ কোৱা হৈছে।

শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ্থীৰ কোনোধৰণৰ শৈক্ষিক ভ্ৰমণ হাতত নল’বলৈ নিৰ্দেশ দিয়া হৈছে।

শিক্ষাৰ্থীসকলৰ মাজত কৰ’নাভাইৰাছক লৈ সজাগতা সৃষ্টিৰ নিৰ্দেশ দিয়া হৈছে।

পাঠদান আৰম্ভ হোৱাৰ পৰা সঘনাই হাত ধোৱা, কাঁহিলে মুখত ৰুমাল লোৱা আদি সুৰক্ষামূলক ব্যৱস্থাৰ বিষয়ে শিক্ষাৰ্থীসকলক সজাগ কৰিবলৈ কোৱা হৈছে।

শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবে নিৰ্দেশ দিয়া হৈছে।

অসমত এতিয়ালৈকে কৰ’নাভাইৰাছত কোনো লোক আক্ৰান্ত হোৱাৰ বাতৰি অহা নাই।

ভাইৰাছবিধত আক্ৰান্ত হৈ বৰ্তমানলৈকে বিশ্বজুৰি ৫৬০৪ গৰাকী লোকৰ প্ৰাণহানি হৈছে।

Recent News

তামিলনাডুৰ প্ৰথমগৰাকী ট্ৰেন্সউমেন সহকাৰী অধ্যাপিকা হিচাপে এন জেন্সীয়ে ৰচনা কৰিলে ইতিহাস…

তামিলনাডুৰ প্ৰথমগৰাকী ট্ৰেন্সউমেন সহকাৰী অধ্যাপিকা হিচাপে এন জেন্সীয়ে ৰচনা কৰিলে ইতিহাস…

নগাঁৱৰ বোৱাৰী লৈ পলাল কুকিল হীৰা! কিয় তিনিবাৰকৈ বিয়া পতা পুৰুষৰ সৈতে পলাল বোৱাৰী?

নগাঁৱৰ বোৱাৰী লৈ পলাল কুকিল হীৰা! কিয় তিনিবাৰকৈ বিয়া পতা পুৰুষৰ সৈতে পলাল বোৱাৰী?

প্ৰেমিকক বিয়া কৰাবলৈ লিংগ সলনি কৰিলে যুৱকে! সোণু হ’ল ছোনিয়া; ভাইৰেল ভিডিঅ’

প্ৰেমিকক বিয়া কৰাবলৈ লিংগ সলনি কৰিলে যুৱকে! সোণু হ’ল ছোনিয়া; ভাইৰেল ভিডিঅ’

২৫ সপ্তাহত গৰ্ভপাতৰ অনুমতি! বিশেষ প্ৰেক্ষাপটত উচ্চ ন্যায়ালয়ে দিলে এই ৰায়…

২৫ সপ্তাহত গৰ্ভপাতৰ অনুমতি! বিশেষ প্ৰেক্ষাপটত উচ্চ ন্যায়ালয়ে দিলে এই ৰায়…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd