• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না ভাইৰাছ : কটন বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰিছে নিজা হেণ্ড ছেনিটাইজাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2020 8:15 pm
5.2k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে ক্ৰমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰাত দেশৰ আন ঠাইৰ লহতে গুৱাহাটী মহানগৰীতো হাতত ঘঁহা ছেনিটাইজাৰ (Hand Sanitizer)ৰ নাটনি দেখা দিছে।

গুৱাহাটীৰ প্ৰায় বিলাক ফাৰ্মাচিতে এতিয়া হেণ্ড ছেনিটাইজাৰৰ যোগান নাই। ইয়াৰ মাজতে কটন বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰীৰ ব্যৱহাৰৰ বাবে হেণ্ড ছেনিটাইজাৰ প্ৰস্তুত কৰি উলিয়াইছে।

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য্য অধ্যাপক ভবেশ চন্দ্ৰ গোস্বামীৰ তৎপৰতাত ৰসায়ন বিজ্ঞান বিভাগে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধৰ উদ্দেশ্যে গ্ৰহণ কৰিছে এই ব্যৱস্থা।

উক্ত ছেনিটাইজাৰবিধ প্ৰস্তুত কৰাত ৰসায়ন বিজ্ঞান বিভাগৰ ড0 সঙ্গীতা অগ্ৰৱাল, গৱেষক ছাত্র হীৰেন নাথ, অমল দাস, বিদুৎ দাস আৰু প্ৰণয় শৰ্মাই সহযোগিতা আগবঢ়ায়।

আজি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ভবেশ চন্দ্ৰ গোস্বামীৰ লগতে পঞ্জীয়ক দিগন্ত কুমাৰ দাস, ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী ড0 প্ৰহাস চন্দ্ৰ শৰ্মা, প্ৰকল্প সমন্বয়ক ড0 মনজিৎ কুমাৰ ভট্টাচাৰ্য আদিৰ উপস্থিতিত ছেনিটাইজাৰবিধ উন্মোচন কৰা হয়।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd