• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুৰুষৰ বীৰ্যতো পোৱা গৈছে কৰ’না ভাইৰাছ; কিমান সুৰক্ষিত যৌন মিলন?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 9, 2020 12:37 pm
corona_virus_sars_cov2_found_in_sperm_too_1588996083

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানুহৰ জৈৱিক বাসনা পূৰণৰ পথতো আশংকাৰ সৃষ্টি কৰিছে কৰ’না ভাইৰাছে। যৌন মিলনৰ ফলতো সংক্ৰমিত হ’ব পাৰেনে কৰ’না ভাইৰাছ?

একাংশ গৱেষকে যৌন মিলনত কৰ’নাৰ সংক্ৰমণৰ আশংকা নথকাৰ দাবী কৰি আহিছিল যদিও চীনৰ এদল গৱেষকে তেওঁলোকৰ সেই দাবী নস্যাৎ কৰিছে।

তেওঁলোকে দাবী কৰা মতে, কৰ’না আক্ৰান্ত পুৰুষৰ বীৰ্যতো পোৱা গৈছে কোভিড-১৯ৰ বীজাণুৰ উপস্থিতি।

সেয়া আকৌ সুস্থ হৈ উঠাৰ পাছতো কিছুদিন ধৰি স্থায়ী হৈ ৰৈছে।

স্বাভাৱিকতে ইয়াৰ পাছত কৰ’না সংক্ৰমণৰ পৰা যৌন মিলন কিমান সুৰক্ষিত তাক লৈ প্ৰশ্ন উঠিছে।

JAMA Network Openত বৃহস্পতিবাৰে ছাংকিউ মিউনিচিপ্যল হাস্পাতলৰ এক প্ৰতিবেদন প্ৰকাশ পায়।

ইয়াত দেখা গৈছে যে হাস্পাতলখনত চিকিৎসাধীন ৩৮জন পুৰুষৰ ভিতৰত ছয়জনৰ বীৰ্যত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

উক্ত ছয়জন ৰোগীৰ ভিতৰত চাৰিজনৰ অৱস্থা সংকটজনক আৰু বাকী দুজন সুস্থ হৈ উঠিছে।

ইপিনে, বীৰ্যত কিমান দিনলৈকে এই ভাইৰাছ থাকিব পাৰে সেই বিষয়ে চিকিৎসকসকলে কোনো স্পষ্ট মত দাঙি ধৰিব পৰা নাই।

তদুপৰি, দৈহিক মিলনৰ সময়ত তেওঁৰ পৰা সংগীৰ দেহলৈ কৰ’না সংক্ৰমিত হ’ব পাৰেনে নাই সেই সম্পৰ্কতো কোনো কথা স্পষ্ট কৰিব পৰা নাই।

গৱেষকৰ মতে এই সম্পৰ্কত নিশ্চিত হ’বলৈ আৰু পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন আছে।

সাধাৰণতে, কৰ’না আক্ৰান্তৰ থুতুৰি, কফ, চৰ্দি আদিৰ পৰা এই ভাইৰাছ আনলৈ সংক্ৰমিত হ’ব পাৰে বুলি জনা যায়।

নতুন গৱেষণাৰ তথ্য অনুসৰি, চকুপানী, তেজৰ লগতে আন ১৯ ধৰণৰ দেহৰ পদাৰ্থৰ পৰাও সংক্ৰমণ ঘটিব পাৰে।

আনহাতে, সমগোত্ৰীয় জিকা, ইবোলা ভাইৰাছ যৌন মিলনৰ পৰা বিয়পিব পাৰে বুলি জনা যায়।

আমেৰিকাৰ স্বাস্থ্য সংস্থাৰ চিকিৎসক ডাঃ ছেচগেলে কৰ’না আক্ৰান্ত পুৰুষে ১৪দিনলৈ যৌন মিলনত প্ৰবৃত্ত নোহোৱাটোৱে শ্ৰেয় বুলি মন্তব্য কৰিছে।

কিন্তু স্বাভাৱিকতে মনত উদয় হোৱা প্ৰশ্নটো হৈছে যদিহে পুৰুষজন লক্ষণ নেদেখুওৱাকৈ আক্ৰান্ত হৈ থাকে তেন্তে যৌন মিলন সুৰক্ষিত হ’বনে?

কৰ’না ভাইৰাছৰ এই মাৰাত্মক সংক্ৰমণৰ সময়ত বিষয়টোকলৈ আশংকা এতিয়াও আঁতৰা নাই।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd