• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না ভাইৰাছৰ আতংক; এইবাৰ অনুষ্ঠিত নহয় মা কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2020 7:29 am
3.3k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ পৃথিৱীৰ লগতে ভাৰততো ক’ৰ’না ভাইৰাছে নৰ সংহাৰীৰূপ ধাৰণ কৰিছে।

দেশত ক’ৰ’না প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ল’কডাউন অব্যাহত আছে।

তেনে এক সময়তে মা কামাখ্যা দেৱালয়ে এই বৰ্ষৰ অম্বুবাচী মেলা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্যে যে, অম্বুবাচী মেলা হৈছে হিন্দু ধৰ্মাৱলম্বীৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ ধৰ্মীয় সমাৱেশ যিখন গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত প্ৰাক্-ঐতিহাসিক মা কামাখ্যা মেলাত প্ৰতি বছৰে আহাৰ মাহৰ ষাঁঠ লগাৰ সময়ত অৰ্থাৎ পৃথিৱী ঋতুমতী হোৱাৰ সময়ত অনুষ্ঠিত কৰা হয়।

দেশজুৰী অব্যাহত থকাৰ ল’কডাউনৰ সময়তে বুধবাৰে মা কামাখ্যা দেৱালয়ৰ দলৈসকলৰ মাজত অনুষ্ঠিত সভাত এইবাৰ অম্বুবাচী মেলা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৱশ্যে ধৰ্মীয় ৰীতি-নীতিৰে পূজা কাৰ্য সমাপন কৰা হ’ব।

এই সন্দৰ্ভত মা কামাখ্যাৰ পৰিচালনা সমিতিয়ে এক জাননীত কয় যে ‘ক’ৰ’না ভাইৰাছৰ বাবে সৃষ্টি হোৱা বৰ্তমানৰ দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰৰ অম্বুবাচী মেলাত দেৱালয়ৰ অকল ধৰ্মীয় ৰীতি-নীতিসমুহে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।’

জাননীত পৰিচালনা সমিতিয়ে অম্বুবাচী মেলাত অংশগ্ৰহণ কৰিবলৈ অহা লোকক ঘৰ ভাড়া দিয়া ভাড়াঘৰৰ মালিকক ঘৰ ভাড়া নিদিবলৈও আহ্বান জনাইছে।

প্ৰতি বছৰে আহাৰ ষাঁঠত অনুষ্ঠিত কামাখ্যাৰ অম্বুবাচী মেলাত লক্ষাধিক ভক্ত আৰু সাধুৰ সমবেত হয়।

Tags: COVID-19

Recent News

স্বামী পাৰুপল্লী কাশ্যপৰ সৈতে বিবাহ বিচ্ছেদৰ ঘোষণা ভাৰতীয় বেডমিণ্টন তাৰকা ছাইনা নেহৱালৰ

স্বামী পাৰুপল্লী কাশ্যপৰ সৈতে বিবাহ বিচ্ছেদৰ ঘোষণা ভাৰতীয় বেডমিণ্টন তাৰকা ছাইনা নেহৱালৰ

সৰভোগৰ শালিখেতিৰ পথাৰত ধূলি উৰিছে; পটল-জিকাসহ পাচলিৰ দাম প্ৰতি কেজিত ৫-৬ টকালৈ নামিছে

সৰভোগৰ শালিখেতিৰ পথাৰত ধূলি উৰিছে; পটল-জিকাসহ পাচলিৰ দাম প্ৰতি কেজিত ৫-৬ টকালৈ নামিছে

সন্ধানহীন হোৱাৰ ৬ দিনৰ মূৰত যমুনাত উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী, ত্ৰিপুৰাৰ যুৱতীৰ মৃতদেহ

সন্ধানহীন হোৱাৰ ৬ দিনৰ মূৰত যমুনাত উদ্ধাৰ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী, ত্ৰিপুৰাৰ যুৱতীৰ মৃতদেহ

লৰ্ডছত দ্বিতীয় ইনিংছত দ্ৰুত ৪টা উইকেট হেৰুৱালে ভাৰতে; জয়ৰ বাবে আৰু ১৩৫ ৰানৰ প্ৰয়োজন

লৰ্ডছত দ্বিতীয় ইনিংছত দ্ৰুত ৪টা উইকেট হেৰুৱালে ভাৰতে; জয়ৰ বাবে আৰু ১৩৫ ৰানৰ প্ৰয়োজন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd