• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এই মাহৰ শেষলৈকে দেশজুৰি বাতিল সকলো যাত্ৰীবাহী ৰেল

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2020 2:25 pm
Lockdown: Indian Railways to gradually restart passenger train operations from May 12

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ৰেলৱেই কৰ’নাভাইৰাছৰ বিৰুদ্ধে পদক্ষেপৰ অংশ হিচাপে অহা ৩১ মাৰ্চলৈকে সকলো যাত্ৰীবাহী ৰেল বাতিল কৰিছে।

ৰেল মন্ত্ৰ্যালয়ৰ বিবৃতিত কোৱা হৈছে যে COVID-19ৰ পৰিপ্ৰেক্ষিতত লোৱা পদক্ষেপ অব্যাহত ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বিবৃতিটোত লগতে কোৱা হৈছে যে ২২ মাৰ্চৰ পুৱা চাৰি বজাৰ বজাৰ পূৰ্বে যাত্ৰা আৰম্ভ কৰা যাত্ৰীবাহী ৰেলসমূহৰ যাত্ৰা সম্পূৰ্ণ কৰা হ’ব।

এই সিদ্ধান্তই চাবআৰ্বান ট্ৰেইন, ক’লকাতা মেট্ৰ’ ৰেল, কংকন ৰেলৱে আদিকে ধৰি সকলো যাত্ৰীবাহী ৰেলক সামৰি ল’ব।

মালবাহী ৰেলৰ চলাচল অব্যাহত থাকিব।

এই সময়চোৱাৰ বাবে যিসকল যাত্ৰীয়ে ৰেলৰ টিকেট বুক কৰি ৰাখিছিল তেওঁলোকৰ ধন ঘূৰাই দিয়া হ’ব।

বাতিল হোৱা যাত্ৰাৰ বাবে ৰেলযাত্ৰীসকলে তেওঁলোকৰ ১০০ শতাংশ ধন ঘূৰাই পাব।

তাৰোপৰি যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ধন ২১ জুন পৰ্য্যন্ত এই ধন ঘূৰাই পোৱাৰ ব্যৱস্থা কৰা হৈছে।

এই পদক্ষেপৰ ফলত দেশজুৰি ১২,০০০ ৰেলৰ চলাচল বন্ধ থাকিব।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা জনতা কাৰ্ফিউৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় ৰেলৱেই ২২ মাৰ্চত ৰেলসেৱা বন্ধ ৰাখিছে।

ভাৰতত শেহতীয়াকৈ কৰ’নাভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ইদিনতকৈ সিদিন অধিক হাৰত বৃদ্ধি পাইছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য মতে ভাৰতত দেওবাৰলৈকে ৩২৪ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হৈছে।

আক্ৰান্তসকলৰ ভিতৰত ৪১ গৰাকী বিদেশী নাগৰিক।

কৰ’নাভাইৰাছত আক্ৰান্ত হৈ দেওবাৰ পৰ্য্যন্ত ভাৰতত ছগৰাকী লোক মৃত্যুমুখত পৰিছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তথ্য মতে ২২ গৰাকী ৰোগীক চিকিৎসাৰ পিছত যাবলৈ দিয়া হৈছে।

মহাৰাষ্ট্ৰত আটাইতকৈ বেছি আক্ৰান্ত চিনাক্ত হৈছে। দেওবাৰে এই সংখ্যাই ৬৩ চুইছেগৈ।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

August 25, 2025 8:17 pm
বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd