• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না ভাইৰাছ : বিদেশী পৰ্যটকলৈ ভিছা প্ৰদান ৰদ কৰিছে নেপাল চৰকাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 13, 2020 4:00 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

3.4k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নেপাল চৰকাৰে দেশখনলৈ আহিব খোজা সকলো দেশৰ পৰ্যটকৰ বাবে ভিছা প্ৰদান সাময়িকভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে এভাৰেষ্টকে ধৰি বসন্তকালৰ সকলো পৰ্বতাৰোহণ বন্ধ কৰিছে।

বিশ্ব স্বাস্থ্য সংস্থাই দেশসমূহক ক’ৰ’না ভাইৰাছৰ প্ৰসাৰৰ প্ৰতি লক্ষ্য ৰাখি সাৱধানতা অৱলম্বন কৰিবলৈ জনোৱা আহ্বানৰ পিছতে নেপালে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।

Kathmandu Post  প্ৰকাশ পোৱা এক চৰকাৰী বিবৃতি অনুসৰি ‘ভিছাৰ স্থগিতকৰণ ১৪ মাৰ্চৰ পৰা ৩০ এপ্ৰলিলৈকে বাহাল থাকিব, কুটনৈতিক আৰু চৰকাৰী ভিছাসমূহক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে।

ইয়াৰ উপৰি দেশখনে স্থল পথেৰে ভাৰতলৈ হোৱা আহ-যাহ সীমাবদ্ধ কৰাৰ লগতে সীমান্তত কঠোৰ নিৰিক্ষণৰ ব্যৱস্থা কৰিব বুলি জনায়। অৱশ্যে এতিয়ালৈকে বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ ৰখাৰ কোনো সিদ্ধান্ত লোৱা নাই।

‘যদি কোনো বিদেশী লোকে জৰুৰী কাৰণত নেপাল আহিব খোজে তেওঁ নিজৰ দেশত থকা নেপালৰ কনচুলেটত ভিছাৰ বাবে আবেদন কৰোতে ক’ৰ’না ভাইৰাছৰ পৰা মুক্ত বুলি এখন চিকিৎসা প্ৰমানপত্ৰ জমা দিব লাগিব।‘ বিবৃতিটোত প্ৰকাশ।

Recent News

অনুকৰণীয়! চাইকেল চলাই ১২৪ কেজি ওজন কমিল যুৱকৰ

অনুকৰণীয়! চাইকেল চলাই ১২৪ কেজি ওজন কমিল যুৱকৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ৰিজভিৰ বিজয়ী ইনিংছৰ সন্মুখত ম্লান শ্ৰেয়াছৰ দুৰ্দান্ত ইনিংছ! জয়েৰে আই পি এল সামৰিলে দিল্লীয়ে

ৰিজভিৰ বিজয়ী ইনিংছৰ সন্মুখত ম্লান শ্ৰেয়াছৰ দুৰ্দান্ত ইনিংছ! জয়েৰে আই পি এল সামৰিলে দিল্লীয়ে

দিল্লী-নয়দাত ৰেড এলাৰ্ট জাৰি, ধাৰাবাহিক বৰষুণৰ ফলত জলমগ্ন চহৰ; ১০০ৰো অধিক বিমান বাতিল

দিল্লী-নয়দাত ৰেড এলাৰ্ট জাৰি, ধাৰাবাহিক বৰষুণৰ ফলত জলমগ্ন চহৰ; ১০০ৰো অধিক বিমান বাতিল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd