• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাভাইৰাছ: শিলচৰৰ এটা এপাৰ্টমেণ্টৰ আৱাসীসকলক আবদ্ধ কৰা হৈছে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 25, 2020 9:07 pm
Silchar apartment
51k
VIEWS
Share on FacebookShare on Twitter

শিলচৰৰ এটা এপাৰ্টমেণ্টৰ আৱাসীসকলক কৰ’নাভাইৰাছ আক্ৰান্তৰ সংস্পৰ্শলৈ অহাৰ বাবে সুৰক্ষামূলক পদক্ষেপ হিচাপে ঘৰতে আবদ্ধ কৰা হৈছে।

স্বাস্থ্য বিষয়াসকলে নিশ্চিত কৰা নাই যদিও খবৰ মতে ফ্লেটটোৰ পাঁচজন আৱাসীয়ে মিজোৰামৰ কৰ’নাভাইৰাছ আক্ৰান্ত ৰোগীজনৰ সৈতে একেখন বিমানত যাত্ৰা কৰিছিল।

ভৱনটোত এতিয়ালৈকে কোনো কৰ’নাভাইৰাছত আক্ৰান্ত চিনাক্ত হোৱা নাই। কিন্তু সুৰক্ষামূলক পদক্ষেপ হিচাপে লোকসকলক আবদ্ধ ৰখা হৈছে।

ভৱনটোৰ চৌপাশ ইতিমধ্যে পৰিষ্কাৰ কৰি পেলোৱা হৈছে।

খবৰ মতে অৰিহন্ত নামৰ এপাৰ্টমেণ্টটোৰ পাঁচগৰাকী আৱাসীয়ে যোৱা ১৬ মাৰ্চত মিজোৰামৰ ৰোগীগৰাকীৰ সৈতে একেখন বিমানতে আইজললৈ যাত্ৰা কৰিছিল।

শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ চিকিৎসা কৰ্মীৰ দল এপাৰ্টমেণ্টটোলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে।

এপাৰ্টমেণ্টটোত ১২টা পৰিয়াল থাকে বুলি জানিব পৰা গৈছে।

মিজোৰামৰ ৫০বছৰীয়া এজন লোকজন COVID19 পজিটিভ বুলি চিনাক্ত হৈছে।

প্ৰথমতে মিজোৰামৰ পৰীক্ষাগাৰত পৰীক্ষা কৰি তাৰ পাছত দ্বিতীয় পৰীক্ষাৰ বাবে নমুনা প্ৰেৰণ কৰা হৈছিল GMCH লৈ।

ইয়াতো পজিটিভ ধৰা পৰা বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকক জনায় GMCH ৰ অধীক্ষক ডঃ ৰমেন তালুদাৰে।

মিজোৰামত পৰীক্ষাগাৰত পজিটিভ ওলোৱাৰ পাছত নিশা প্ৰায় ১১ বজাত ব্যক্তিগৰাকীৰ নমুনা GMCH লৈ পঠোৱা হৈছিল।

দ্বিতীয়বাৰ GMCH ৰ ICMR ত পৰীক্ষা কৰাৰ পাছতো তেওঁৰ পজিটিভ পোৱা বুলি অধীক্ষক তালুকদাৰে কয়।

জানিব পৰা মতে কৰ’নাত আক্ৰান্ত লোকজনে শেহতীয়াভাৱে ভ্ৰমণ কৰিছিল বহুকেইখন দেশত।

লোকজনে কাটাৰ, আমষ্ট্ৰাডাম, ইস্তানবুল, দোহা ভ্ৰমণ কৰা বুলি জানিব পৰা গৈছে।

বৰ্তমানলৈকে অৱশ্যে কোনো চৰকাৰী তথ্য প্ৰকাশ পোৱা নাই।

উল্লেখযোগ্য যে,কালি মণিপুৰৰ পশ্চিম ইম্ফলৰ ২৩ বছৰীয়া যুৱতী এগৰাকীৰ শৰীৰত এই ভাইৰাছবিধ ধৰা পৰিছিল।

অলপতে তেওঁ ব্ৰিটেইনৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে।

Recent News

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd