• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোৱালপাৰাত বিশুদ্ধ খোৱাপানী আঁচনিৰ পানী খেতিপথাৰত যোগান ধৰি বিষয়াই লুটিছে ধন

নীলমণি শৰ্মা by নীলমণি শৰ্মা
June 24, 2019 11:25 am
Goalpara Public Health DePARTMENT

গোৱালপাৰাত পানী যোগান আঁচনিত দুৰ্নীতি। নৰ্থ-ইষ্ট নাও

3k
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে জিলাখনৰ বলবলাৰ ফফংগা-খাগ্ৰাবাৰীৰ জনসাধাৰণক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত লাখ লাখ চৰকাৰী টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা পানীযোগান আঁচনিৰ দ্বাৰা বৰ্তমান মানুহক খোৱাপানী যোগান ধৰাৰ পৰিবৰ্তে বিশুদ্ধ খোৱাপানী ব্যৱহাৰ কৰা হৈছে খেতিপথাৰত।

অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিনধৰি এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰি থকা অৱস্থাত এনেদৰে বিভাগটোৱে খোৱাপানীটুপি খেতিপথাৰত ব্যৱহাৰ কৰা কাণ্ডই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোৰ ৰাইজৰ মাজত।

লাভ কৰা খবৰ অনুসৰি বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ অধীনত নিৰ্মাণহোৱা পানীযোগান আঁচনিটোৰ দুডালমান পানী পৰিবাহী পাইপ ফাটি যোৱাৰ ফলত অঞ্চলটোৰ জনসাধাৰণৰ মাজত খোৱাপানীৰ যোগান বন্ধ কৰি থৈ দিয়া হৈছে।

আনহাতে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ওপৰত উত্থাপিত অভিযোগ অনুসৰি বিভাগটোৱে প্ৰতিবিঘা মাটিত পানী যোগানৰ নামত ধন লৈ খোৱাপানী আঁচনিৰ পানী খেতিপথাৰত যোগান ধৰি আহিছে। জানিবপৰা মতে এগৰাকী বিষয়াই প্ৰতিবিঘা মাটিত পানী যোগানৰ নামত এহাজাৰকৈ টকা লাভ কৰে।

ৰাইজে ফটি যোৱা পাইপ মেৰামতি কৰাৰ বাবে বিভাগটোক বহুবাৰ অভিযোগ দাখিল কৰে যদিও আজিলৈ তেওঁলোকে খোৱাপানীৰ পাইপ মেৰামতি নকৰি সেইপানী খেতিপথাৰত যোগান ধৰি অৰ্থ উপাৰ্জনতহে ব্যস্ত হৈছে।

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বাতৰি প্ৰকাশ পোৱাৰ পাছত গোৱালপাৰা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ওপৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd