• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কটনৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত গণ অনশন কাৰ্যসূচীত বহিল বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 22, 2020 1:00 pm
Cotton's student

CAA বাতিলৰ দাবীত আজি কটন বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত গণ অনশনত বহা বিশ্ববিদ্যালয়খনৰ ছাত্ৰসকল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

CAA বাতিলৰ দাবীত আজি কটন বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত গণ অনশনত বহে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী।

উচ্চতম ন্যায়ালয়ত বিতৰ্কিত আইনখনৰ শুনানিৰ দিনটোতে ন্যায়ালয় খোলা সময়ৰ পৰা বন্ধ হোৱালৈকে এই গণ অনশন কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লয় কটনৰ ছাত্ৰ সমাজে।

প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি ছাত্ৰ সমাজে উচ্চতম ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস স্থাপন কৰি এই আশা প্ৰকাশ কৰে যে ন্যায়ালয়ে কা-বিৰোধী আন্দোলনৰ পক্ষত ৰায় প্ৰদান কৰিব।

“আমি একমাত্ৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশ্বাসী। অসমীয়াৰ কথা চিন্তা কৰিবলৈ যিখন চৰকাৰক দিচপুৰলৈ পঠোৱা হৈছিল সেইখন চৰকাৰে দিল্লীৰ দালালি কৰে আৰু এতিয়া বাংলাদেশৰ দালালি কৰে। সংবিধানৰ বিৰোধিতা কৰি বিজেপি চৰকাৰে এই আইনখন আনিলে গতিকে আমি আশা কৰোঁ উচ্চতম ন্যায়ালয় ইয়াৰ বিপক্ষে থিয় দিব”, কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই নৰ্থ-ইষ্ট নাওৰ আগত এইদৰে কয়।

আন এগৰাকী ছাত্ৰ হীৰকজ্যোতি বৰাই কয়, “আমাৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। উচ্চতম ন্যায়ালয় অসমবাসী আৰু দেশবাসীৰ পক্ষত থিয় দিব বুলি আমাৰ গভীৰ বিশ্বাস আছে।”

লগতে পঢ়ক CAA-ৰ স্থগনাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; উত্তৰ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক ৪ সপ্তাহৰ সময়

উল্লেখ কৰিব পাৰি যে আজিৰ শুনানিৰ সময়ত দেশৰ শীৰ্ষতম আদালতখনে বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইনখনৰ বলৱৎকৰণ স্থগিত ৰাখিবলৈ চৰকাৰক নিৰ্দেশ দিয়াৰ বাবে অস্বীকাৰ কৰিছে। তাৰ পৰিৱৰ্তে চৰকাৰক উত্তৰ দিয়াৰ বাবে পুনৰ ৪ সপ্তাহৰ সময় দিয়ে সংশ্লিষ্ট বিচাৰপীঠখনে।

বিষয়টো চাবৰ বাবে সাংবিধানিক বিচাৰপীঠ গঠনৰো ইংগিত দিয়ে উচ্চতম ন্যায়ালয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd