• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধুবুৰীত ১৯ জনক কুৱাৰেণ্টাইন, ভাগ লৈছিল গুৱাহাটীৰ আঠগাওঁ মছজিদৰ অনুষ্ঠানত

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
April 11, 2020 10:47 pm
images.jpeg-2(1)

প্ৰতিনিধিত্বমূলক ফটো

2.1k
VIEWS
Share on FacebookShare on Twitter

ধুবুৰীৰ ১৯ গৰাকী লোকক কুৱাৰেণ্টাইন কৰা হৈছে।

আটাইকেইজন ব্যক্তিয়ে যোৱা ১২ মাৰ্চত গুৱাহাটীৰ আঠগাওঁ মছজিদত এক অনুষ্ঠানত ভাগ লৈছিল।

উক্ত অনুষ্ঠানত ভাগ লোৱা তিনিজন ব্যক্তি ইতিমধ্যে ক’ভিড-১৯ আক্ৰান্তৰূপে চিনাক্ত হৈছে। আঠগাওঁ মছজিদক কণ্টেইনমেণ্ট এলেকাৰূপে ঘোষণা কৰা হৈছে।

ধুবুৰীত কুৱাৰেণ্টাইন কৰা আটাইকেইজন ব্যক্তিয়ে তাবলিগি জামাতৰ সদস্য বুলি জানিব পৰা গৈছে।

বিলাসীপাৰা মছজিদকো ছীল কৰি এলেকাটোক কণ্টেইনমেণ্ট জ’নৰূপে ঘোষণা কৰা হৈছে।

ধুবুৰীৰ দুয়োজন ক’ভিড-১৯ পজিটিভ ৰোগীৰ লগতে কুৱাৰেণ্টাইন কৰা আন একাংশয়ো বিলাসীপাৰা মছজিদত এক সভাত ভাগ লৈছিল।

ধুবুৰীৰ অতিৰিক্ত উপায়ুক্ত পি মজুমদাৰে জনায়, “ধুবুৰীৰ নজন ব্যক্তিক ধুবুৰী অসামৰিক চিকিৎসালয়ৰ সমীপৰ ডি আৰ ডি এ অতিথিশালাত ৰখা হৈছে। বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত ব্যক্তিসকলক বোৰ্কান্দা পি এফ একাডেমি আৰু চাপৰ মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কুৱাৰেণ্টাইন কৰা হৈছে।”

১৯ গৰাকী ব্যক্তিৰে নমুনা সংগ্ৰহ কৰা হৈছে আৰু পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

জিলাখনত ২৪৫৭গৰাকী ব্যক্তিক হ’ম কুৱাৰেণ্টাইনত ৰখাৰ বিপৰীতে ৫৪৪ গৰাকী ব্যক্তিক বিভিন্ন কেন্দ্ৰত কুৱাৰেণ্টাইন কৰা হৈছে।

Tags: COVID-19

Recent News

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd