• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ভিড-১৯: গুৱাহাটী প্ৰেছ ক্লাবৰ সভাকক্ষ বন্ধ ঘোষণা

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 23, 2020 9:48 pm
COVID-19: Guwahati Press Club to remain closed until further notice
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটী প্রেছ ক্লাবে বুধবাৰৰ পৰা অহা ৭ দিনলৈ সকলো কাৰ্যসূচী বাতিল কৰিছে।

প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সম্পাদক সঞ্জয় ৰায়ে এক বিজ্ঞপ্তিযোগে এই কথা সদৰি কৰিছে।

“অহা সপ্তাহত বিভিন্ন কাৰ্যসূচীৰ বাবে প্ৰেছ ক্লাবৰ সভাকক্ষ বুকিং কৰা দল-সংগঠন তথা ব্যক্তিসকলক বিকল্প ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হ’ল৷ প্ৰেছ ক্লাবৰ সকলো কাৰ্যসূচী বাতিল কৰিবলগীয়া হোৱা বাবে আমি সংশ্লিষ্ট সকলোৰে ওচৰত ক্ষমাপ্ৰাৰ্থী,” বিবৃতিত প্ৰকাশ৷

প্রেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সমিতিৰ ক্ৰীড়া সম্পাদক ধীৰাজ হাজৰিকাৰ পত্নীৰ শৰীৰত দুৰ্ভাগ্যজনকভাৱে ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰাত সকলো বিষয় পৰ্যালোচনা কৰি আৰু জিলা প্ৰশাসনৰ সৈতে কৰা আলোচনা অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷

ধীৰাজ হাজৰিকা প্রেছ ক্লাবলৈ অহা-যোৱা কৰাৰ লগতে অন্যান্যসকলৰ সংস্পৰ্শলৈ অহাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ‘চেল্ফ কোৱাৰেন্টিন’ত থাকিবলৈ প্ৰেছ ক্লাবৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে৷

ইতিমধ্যে ধীৰাজ হাজৰিকাৰ লগতে পৰিয়ালৰ সদস্যৰ স্বাব পৰীক্ষাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে৷

তেওঁৰ পৰীক্ষাৰ ৰিৰ্প’ট নহাপৰ্যন্ত প্ৰেছ ক্লাবলৈ সঘন আহ-যাহ কৰা সকলোকে সাৱধানে থাকিবলৈ অনুৰোধ জনোৱা  হৈছে৷

Tags: COVID-19
দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

September 9, 2025 8:30 pm
WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

September 9, 2025 8:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd