• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৫০০০ৰ দিশে অসমত ক’ভিড আক্ৰান্ত, নতুনকৈ চিনাক্ত ৮৪

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 18, 2020 9:15 pm
COVID19: 2310 persons discharged in Assam on Friday
1.3k
VIEWS
Share on FacebookShare on Twitter

৮৪গৰাকী নতুনকৈ চিনাক্ত ক’ভিড-১৯ পজিটিভ ব্যক্তিৰ সৈতে অসমত বৃ্হস্পতিবাৰে মুঠ আক্ৰান্ত ৪৮৬১লৈ বৃদ্ধি পাইছে।

আক্ৰান্তসকলৰ ভিতৰত আছে ২৫ গৰাকী মিছামাৰী মিলিটেৰী কেম্পৰ, ১৬ গৰাকী কামৰূপ (মেট্ৰো), হাইলাকান্দিৰ ১৪ গৰাকী, কৰিমগঞ্জৰ ১৩ গৰাকী, তেজপুৰৰ আঠগৰাকী, পাঁচগৰাকী নগাওঁ, দুগৰাকী লখিমপুৰ আৰু এগৰাকী গোলাঘাটৰ।

আজিৰ দিনটোত এইপৰ্য্যন্ত মুঠ ১৬৭গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

অসমত ২৬৫৪জন ব্যক্তি এইপৰ্য্যন্ত আৰোগ্য হৈ উঠিছে। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২১৯৫জন।

অসমত কোভিড-১৯ৰ ফলত এতিয়ালৈকে ৯গৰাকী লোকৰ মৃত্যু ঘটিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য প্ৰকাশ কৰিছে।

?Alert ~ 84 #COVID19+ cases

25 Misamari Military Camp, 16 Kamrup(M), 14 Hailakandi, 13 Karimganj, 8 Tezpur, 5 Nagaon, 2 Lakhimpur, 1 Golaghat

↗️Total cases 4861
↗️Recovered 2654
↗️Active cases 2195
↗️Deaths 09

8:15 PM/June 18/ Day’s Total as of now 167 pic.twitter.com/n4KjNGN8nl

— Himanta Biswa Sarma (@himantabiswa) June 18, 2020

কিছু সময় পূৰ্বে ৮২ গৰাকী লোকৰ দেহত ধৰা পৰিছিল কোভিড-১৯ পজিটিভ।

আক্ৰান্ত সকলৰ ভিতৰত বাক্সাৰ ২২ গৰাকী, ১৪ কাৰ্বি আংলং, ১১ গৰাকী চিৰাং, ৮ গৰাকী ডিব্ৰুগড়, ৭ গৰাকী ধুবুৰীৰ, ৫ গৰাকী গোলাঘাটৰ, ২ গৰাকী শিৱসাগৰৰ, ২ গৰাকী নগাঁৱৰ, ২ গৰাকী বৰপেটাৰ, কামৰূপ মেট্ৰৰ ২ গৰাকী, কোকৰাঝাৰ, বিশ্বনাথ, নলবাৰী, চৰাইদেউ, তিনিচুকীয়া আৰু ধেমাজিৰ এগৰাকীকৈ লোক আক্ৰান্ত হৈছিল।

উল্লেখ্য যে বুধবাৰৰ দিনটোত সৰ্বমুঠ ১৮৪ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

মঙলবাৰৰ দিনটোত মুঠ ২০১ গৰাকী লোক ৰাজ্যত ক’ৰ’ণাত আক্ৰান্ত হৈছে।

সোমবাৰৰ দিনা অসমত মুঠ ১৯১জন ব্যক্তিৰ কোভিড-১৯ পজিটিভ ধৰা পৰিছিল।

সেইদৰে, ৰাজ্যখনত দেওবাৰে নিশা ৬৯জন লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল।

এই কোভিড-১৯ পজিটিভ চিনাক্ত হোৱা ৬৯জন ব্যক্তিৰ ভিতৰত আছিল নগাঁৱৰ ১৬জন, ধুবুৰীৰ ১৫জন, কামৰূপৰ ১২জন, যোৰহাটৰ ১০জন, ধেমাজিৰ ৬জন, ওদালগুৰিৰ ৪জন, কামৰূপ গ্ৰাম্যৰ ৩জন আৰু বৰপেটাৰ ৩জন লোক।

তদুপৰি, দেওবাৰে দিনৰ ভাগতো ৰাজ্যখনত আন ১০৬জন কোভিড-১৯ পজিটিভ ব্যক্তি চিনাক্ত হৈছিল।

এই চিনাক্ত ব্যক্তিসকলৰ মাজত নগাঁৱৰ ৩২, কামৰূপৰ ২৮, দৰঙৰ ১৩, বৰপেটাৰ দহ, কৰিমগঞ্জৰ তিনি, লখিমপুৰৰ দুই আৰু ধেমাজি আৰু কাছাৰৰ এজনকৈ ব্যক্তি আছিল।

দেওবাৰৰ দিনটোত মুঠতে ২১৮ জন কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হৈছিল।

Tags: COVID-19

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd