• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাভাইৰাছ আক্ৰান্তৰ সেৱাৰ বাবে চিকিৎসালয়ত যোগ দিলে এইগৰাকী ৰাজকুমাৰীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 17, 2020 6:15 pm
princess sofia of sweden
5.7k
VIEWS
Share on FacebookShare on Twitter

ছুইডেনৰ ৰাজকুমাৰী প্ৰিঞ্চেছ ছফিয়াই দেশৰ কৰ’নাভাইৰাছত আক্ৰান্ত ৰোগীসকলক চিকিৎসাৰ বাবে এখন চিকিৎসালয়ত স্বাস্থ্য কৰ্মী হিচাপে যোগ দিছে।

ষ্টকহ’মৰ ছফিয়াহেমেট হস্পিটেলত ৩৫ বছৰীয়া ৰাজকুমাৰীগৰাকীয়ে স্বাস্থ্য সহযোগী হিচাপে সেৱা আগবঢ়াইছে।

তেওঁ ক’ভিড-১৯ ৰোগীসকলক চিকিৎসা কৰা চিকিৎসক, নাৰ্ছসকলক অ-চিকিৎসাজনিত কাম-কাজত সহায় আগবঢ়াইছে।

ৰাজকুমাৰী ছফিয়া চিকিৎসালয়খনৰ সন্মানীয় সঞ্চালকো।

স্বেচ্ছাসেৱকৰূপে চিকিৎসালয়খনত যোগ দিয়াৰ পূৰ্বে অনলাইনযোগে এক তিনিদিনীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে।

“আমি যি বিপদত পৰিছো, ৰাজকুমাৰীও আহি জৰিত হ’ব খুজিছে আৰু স্বাস্থ্য সেৱা প্ৰফেছনেলসকলৰ বৃহৎ কামৰ বোজা লাঘৱ কৰিবৰ বাবে এক বৰঙনি আগবঢ়াব খুজিছে,” ৰয়েল ক’ৰ্টৰ এজন মুখপাত্ৰই কয়।

নীলা চোলা পিন্ধি সহকৰ্মীসকলৰ সৈতে ৰাজকুমাৰীয়ে কামত যোগ দিয়াৰ ছবিও ইনষ্টাগ্ৰামত প্ৰকাশ পাইছে।

 

View this post on Instagram

 

#New Last week Princess Sofia took a 3-day course at Sophiahemmet hospital. The people who completed the course are now able to relieve the hospital staff during the coronavirus pandemic. They will for example disinfect equipment and help in the kitchen. Princess Sofia is Sophiahemmet’s honorary president. ?: TT #princesssofia #prinsessansofia #swedishroyalfamily #kungahuset

A post shared by Royal family of Sweden (@royals_ofsweden) on Apr 16, 2020 at 10:28am PDT

ৰাজকুমাৰী ছফিয়া পতি ৰাজকুমাৰ কাৰ্ল ফিলিপ ছুইডেনৰ ৰাজমুকুটৰ চতুৰ্থসংখ্যক উত্তৰাধিকাৰ।

Tags: COVID-19

Recent News

‘আধিপত্য বিস্তাৰত আমেৰিকাৰ নব্য ঔপনিৱেশিকতাবাদ’; শুল্ক যুদ্ধত আমেৰিকাৰ ভাবুকিৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ

‘আধিপত্য বিস্তাৰত আমেৰিকাৰ নব্য ঔপনিৱেশিকতাবাদ’; শুল্ক যুদ্ধত আমেৰিকাৰ ভাবুকিৰ প্ৰতিক্ৰিয়া ৰাছিয়াৰ

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত ‘বোমা’! নিৰাপত্তাৰ গাফিলতিৰ বাবে নিলম্বিত ৭ আৰক্ষী

স্বাধীনতা দিৱসৰ পূৰ্বে লালকিল্লাত ‘বোমা’! নিৰাপত্তাৰ গাফিলতিৰ বাবে নিলম্বিত ৭ আৰক্ষী

‘সেনা-জোৱানসকলেতো ৱৰ্কলোডৰ অভিযোগ নকৰে’, অ’ভেলত জয়ৰ পিছত গাভাস্কাৰৰ ইংগিতপূৰ্ণ মন্তব্য

‘সেনা-জোৱানসকলেতো ৱৰ্কলোডৰ অভিযোগ নকৰে’, অ’ভেলত জয়ৰ পিছত গাভাস্কাৰৰ ইংগিতপূৰ্ণ মন্তব্য

জীৱিত পিতৃক ‘মৃত’ দেখুৱাই ২ লাখ টকাত বিক্ৰী মাটি! জিলা দণ্ডাধীশৰ দ্বাৰস্থ ৯০ বছৰীয়া ব্যক্তি

জীৱিত পিতৃক ‘মৃত’ দেখুৱাই ২ লাখ টকাত বিক্ৰী মাটি! জিলা দণ্ডাধীশৰ দ্বাৰস্থ ৯০ বছৰীয়া ব্যক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd