• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শোণিতপুৰ আৰু কামৰূপ (মহানগৰ) জিলাৰ মাজত ভ্ৰমণত নিষেধাজ্ঞা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2020 9:43 pm
COVID19: 2772 persons discharged in Assam on Thursday

প্ৰতিনিধিত্বমূলক ছবি

430
VIEWS
Share on FacebookShare on Twitter

কামৰূপ মহানগৰ জিলাত শেহতীয়াকৈ ক’ভিড-১৯ৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শোণিতপুৰ জিলা দণ্ডাধীশে দুই জিলাৰ মাজত ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰিছে।

পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্য্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব।

শোণিতপুৰ জিলাৰ ৰাইজৰ জনস্বাস্থ্য, পৰিচ্ছন্নতা আৰু সুৰক্ষা বৰ্তাই ৰখাৰ স্বাৰ্থত এই নিৰ্দেশ জাৰি কৰা হৈছে।

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সদৰী কৰা মতে যোৱা দহ দিনত কামৰূপ মেট্ৰ জিলাত ২৭৪১গৰাকী লোক ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে।

শনিবাৰে অসমত চিনাক্ত হোৱা ১২০২গৰাকী ক’ভিড পজিটিভ ৰোগীৰ ৭৭৭ গৰাকীয়ে কামৰূপ মহানগৰ জিলাৰ।

অসমত শনিবাৰলৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্ত হৈছে ১১,০০১গৰাকী।

বৰ্তমানলৈকে সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪২৪১গৰাকী।

বৰ্তমানলৈ ৬৭৪৩গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।

অসমত এতিয়ালৈকে ক’ভিড-১৯ত আক্ৰান্ত হৈ ১৪গৰাকী ৰোগীৰ মৃত্যু হৈছে, তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Tags: COVID-19

Recent News

৩২ লাখ টকাৰ লোভত মাতৃক হত্যা তোলনীয়া পুত্ৰৰ : অক্ষমনীয় গণ্য কৰি মৃত্যুদণ্ডৰ ঘোষণা আদালতৰ

৩২ লাখ টকাৰ লোভত মাতৃক হত্যা তোলনীয়া পুত্ৰৰ : অক্ষমনীয় গণ্য কৰি মৃত্যুদণ্ডৰ ঘোষণা আদালতৰ

পুহিব নোৱাৰিব পিটবুলৰ দৰে হিংস্ৰ প্ৰজাতিৰ কুকুৰ : পুহিলেই হ’ব কমেও তিনিমাহ জেইল

পুহিব নোৱাৰিব পিটবুলৰ দৰে হিংস্ৰ প্ৰজাতিৰ কুকুৰ : পুহিলেই হ’ব কমেও তিনিমাহ জেইল

গোৱালপাৰাৰ উচ্ছেদকলৈ অসম চৰকাৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ আবেদনৰ শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

গোৱালপাৰাৰ উচ্ছেদকলৈ অসম চৰকাৰৰ বিৰুদ্ধে আদালত অৱমাননাৰ আবেদনৰ শুনানি ল’ব উচ্চতম ন্যায়ালয়ে

চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত অধ্যাপকৰ পুনৰ নিযুক্তিৰ কথাই শিক্ষিত যুৱ প্ৰজন্মক চুড়ান্ত অপমান কৰিছে

চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত অৱসৰপ্ৰাপ্ত অধ্যাপকৰ পুনৰ নিযুক্তিৰ কথাই শিক্ষিত যুৱ প্ৰজন্মক চুড়ান্ত অপমান কৰিছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd