• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ ক’ভিড! কেৰালাত ধৰা পৰিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট JN.1

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2023 4:04 pm
Covid Variant JN.1
416
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বতে দুটাকৈ বছৰত ক’ভিড মহামাৰীয়ে ধাৰণ কৰিছিল কালগ্ৰাসী ৰূপ। ক’ভিডৰ আতংকময় পৰিস্থিতিয়ে স্তব্ধ কৰি তুলিছিল সমাজ জীৱন। ভাৰততো ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। তাৰ মাজতে এক নতুন ক’ভিড-১৯ ভেৰিয়েণ্টক লৈ সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে।

শেহতীয়াকৈ কেৰালাত ধৰা পৰিছে ক’ভিডৰ এই নতুন ভেৰিয়েণ্টৰ দ্বাৰা আক্ৰান্ত এগৰাকী ৰোগী। যোৱা ৮ ডিচেম্বৰত ৰাজ্যখনৰ তিৰুৱনন্তপুৰম জিলাৰ কাৰাকুলামত এগৰাকী ৭৯ বছৰীয়া মহিলাৰ দেহত ধৰা পৰিছে ক’ভিডৰ এই নতুন ভেৰিয়েণ্ট।

মহিলাগৰাকীৰ দেহত ইনফ্লুৱেঞ্জা লাইক আইলনেছ (আই এল আই)ৰ মৃদু লক্ষণে দেখা দিছিল আৰু তাৰ পিছতে আৰ টি পি চি আৰ পৰীক্ষাত ধৰা পৰে ক’ভিড। উল্লেখ্য যে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত প্ৰথমবাৰৰ বাবে আমেৰিকাত এই ভেৰিয়েণ্ট ধৰা পৰিছিল।

১৫ ডিচেম্বৰত চীনত এই নিৰ্দিষ্ট ভেৰিয়েণ্টৰ দ্বাৰা আক্ৰান্ত ৭ গৰাকী ৰোগী পোৱা গৈছিল। জ্বৰ, পানী লগা, ডিঙিৰ বিষ, মূৰৰ বিষ, আৰু কিছুমান বিশেষ পৰিস্থিতিত গেষ্ট্ৰাইটিছৰ সৰু সৰু সমস্যা আদি লক্ষণ ৰোগীৰ ক্ষেত্ৰত এতিয়ালৈকে দেখিবলৈ পোৱা গৈছে।

লগতে অধিকাংশ ৰোগীৰে শ্বাস-প্ৰশ্বাসজনিত মৃদু লক্ষণে দেখা দিছে আৰু এনে লক্ষণসমূহৰ পৰা সাধাৰণতে চাৰিৰ পৰা পাঁচ দিনৰ ভিতৰত ৰোগী মুক্ত হয়।

অৱশ্য এই বিষয়ত জণসাধাৰণ আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে দেশৰ চিকিৎসা বিশেষজ্ঞসকলে।

Recent News

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

দিছপুৰত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক: বিদ্ৰোহৰ মাজত বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰসঙ্গত চৰ্চা

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

অভিনেত্ৰীৰ বাহনৰ খুন্দাত গুৱাহাটীত গুৰুতৰভাৱে আহত যুৱক; ভুক্তভোগীৰ অৱস্থা সংকটজনক

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

শ্ৰীৰামপুৰত জিএছটি পৰীক্ষণৰ নামত আৱদ্ধ হৈ আছে শতাধিক ট্ৰাক! চালকৰ-হেণ্ডিমেন উত্তপ্ত প্ৰতিবাদ

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

দেশত গুৰুতৰ হৈ পাৰিছে ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ অৱনতি! উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ১৫টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd