• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উন্নত, ধুব পৰা “অসমী মাস্ক” তৈয়াৰ লখিমপুৰৰ ৫০০ মহিলাৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
April 19, 2020 11:27 pm
COVID19: 500 women making ‘Asomi’ masks in Lakhimpur

লখিমপুৰত মাস্ক তৈয়াৰত ব্যস্ত একাংশ মহিলা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ভিড-১৯ মহামাৰীৰ প্ৰত্যাহ্বানৰ মুখত লখিমপুৰ জিলাত গাঁৱৰ ৫০০ মহিলাই দিনে-নিশাই তৈয়াৰ কৰিছে “অসমী” মাস্ক।

নীলা ৰঙৰ কপাহী কাপোৰেৰে তৈয়াৰ কৰা এই অসমী মাস্কসমূহ ধুব পৰা আৰু উন্নত মানৰ।

ক’ভিড-১৯ৰ বিৰুদ্ধে প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে চৰকাৰে সকলো লোককে মাস্ক পৰিধান কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

লখিমপুৰ ডি আৰ ডি এ (District Rural Development Agency)ই লকডাউনৰ সময়ত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত এই উদ্যোগ গ্ৰহণ কৰিছে।

জিলাখনৰ ৮১খন গাওঁ পঞ্চায়তৰ মহিলা ৰঙালী বিহুৰ আৰম্ভণিৰে পৰা এই কামত জৰিত হৈছে।

উন্নত মানৰ ৰূপে পৰিগণিত হোৱা এই অসমী মাস্ক সপ্তাহত ১,৬২,০০০টা তৈয়াৰ কৰিবলৈ লক্ষ্য লোৱা হাতত লোৱা হৈছে।

COVID19: 500 women making ‘Asomi’ masks in Lakhimpur
অসমী মাস্ক।

ডি আৰ ডি এই এই কামৰ বাবে মহিলাসকলক কাপোৰ আৰু অন্যান্য সমল যোগান ধৰিছে।

জিলা প্ৰশাসনে জিলাখনৰ দুখীয়া লোকসকলৰ মাজত গাওঁ পঞ্চায়তৰ জৰিয়তে এই মাস্কসমূহ বিতৰণৰ পৰিকল্পনা কৰিছে।

উল্লেখযোগ্য যে ক’ভিড-১৯ৰ আৱিৰ্ভাৱৰ পিছৰে পৰা জিলাখনত মাস্কৰ চাহিদা ব্যাপকভাৱে বৃদ্ধি পায় আৰু বহুসময়ত এইসমূহ চৰা দামতো বিক্ৰী হোৱা দেখা গৈছে।

খবৰ মতে, উত্তৰ লখিমপুৰ চহৰতে এনে একোটা মাস্ক ২৫০-৩০০ টকা দামত বিক্ৰী হৈছে যিটো সাধাৰণ লোকৰ বাবে কিনাটো সহজসাধ্য নহয়।

Tags: COVID-19
ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

Stay Connected

  • 117k Fans

Recent News

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am
৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd