• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাভাইৰাছ: PM CARESলৈ ৫০০ কোটি টকাৰ বৰঙনি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 30, 2020 9:26 pm
Mukesh-Ambai-and-Nita-Ambani.-Image-credit-Twitter-1140x570
14.9k
VIEWS
Share on FacebookShare on Twitter

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে প্ৰধান মন্ত্ৰীৰ PM CARES পুঁজিলৈ ৫০০ কোটি টকাৰ বৰঙনি ঘোষণা কৰিছে।

তাৰোপৰি, মহাৰাষ্ট্ৰ আৰু গুজৰাট চৰকাৰলৈকো কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে ৫ কোটিকৈ টকাৰ বৰঙনি আগবঢ়োৱাৰ কথা ৰিলায়েন্সে ঘোষণা কৰিছে।

কোম্পানিটোৱে জাৰি কৰা বিবৃতিত COVID-19 ৰোগীৰ বাবে দেশৰ ভিতৰত প্ৰথম চিকিৎসালয়খন মাত্ৰ দুসপ্তাহৰ ভিতৰতে তেওঁলোকে সাজু কৰি তোলাৰ কথাও কোৱা হৈছে।

১০০ বিচনাযুক্ত এই চিকিৎসালয়খন কেৱল COVID-19 ৰোগীৰ চিকিৎসাৰ বাবে আগবঢ়োৱা হৈছে।

কোম্পানিটোৱে দেশৰ স্বাস্থ্যকৰ্মীসকলক যোগান ধৰাৰ বাবে দৈনিক এক লাখ মাস্ক, বহু হাজাৰ PPEও উৎপাদন কৰি আহিছে।

তাৰোপৰি জাননীকৃত জৰুৰীকালীন সেৱাৰ বাহনসমূহক কোম্পানিটোৱে দেশজুৰি বিনামূলীয়াকৈ ইন্ধন যোগান ধৰিছে।

কোম্পানিটোৱে লগতে সদৰী কৰে যে তেওঁলোকে পৰৱৰ্তী ১০ দিনত দেশজুৰি বিভিন্ন ঠাইত ৫০ লাখ বিনামূলীয়া আহাৰ যোগান ধৰিব।

ৰিলায়েন্সে এই বিনামূলীয়া আহাৰৰ পৰিমাণ আৰু বৃদ্ধি কৰা আৰু নতুন নতুন ঠাইতো যোগান ধৰাৰ চেষ্টা চলাই আছে বুলিও বিবৃতিটোত প্ৰকাশ।

বিবৃতিটোত লগতে কোৱা হৈছে যে জিঅ’ই দেশৰ ৪০ কোটি ব্যক্তি আৰু হাজাৰ হাজাৰ সংস্থাক “ৱৰ্ক ফ্ৰম হ’ম”, “ষ্টাডি ফ্ৰম হ’ম” আৰু “হেল্থ ফ্ৰম হ’ম”ৰ সুবিধা আগবঢ়াইছে।

ৰিলায়েন্স ৰিটেইলৰ জৰিয়তে ষ্ট’ৰযোগে বা হ’ম ডেলিভাৰিযোগে প্ৰতিদিনে বহু মিলিয়ন ভাৰতীয়ক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ কথাও উল্লেখ কৰা হৈছে।

COVID-19 প্ৰত্যাহ্বানৰ প্ৰতি ভাৰতৰ সঁহাৰিলৈ সমৰ্থন আগবঢ়াই যাবলৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ প্ৰতিশ্ৰুতিবদ্ধ বুলিও কোম্পানিটোৱে উল্লেখ কৰিছে।

আৰ আই এলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক মুকেশ আম্বানিয়ে কয়, “আমি আত্মবিশ্বাসী যে ভাৰতে পলমকৈ নহয় সোনকালেই কৰ’নাভাইৰাছ সংকটক জয় কৰিব।”

Recent News

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কেমোথেৰাপি বা ৰেডিয়চন অবিহনেই কৰ্কট ৰোগৰ চিকিৎসা; বিশ্বজুৰি আলোড়ন দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু মুখ্যমন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱসৰ আয়োজন; চৰাই বিষয়ক বিশ্বকোষ প্ৰকাশৰ প্ৰস্তুতি

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

সন্ত্ৰাসবাদীৰ গুলীত নিহত ভাৰতীয় উইং কমাণ্ডাৰ অভিনন্দনক “বন্দী” কৰা পাকিস্তানী সেনা বিষয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd