• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৭৭ বছৰ বয়সতো ক’ৰ’না আক্ৰান্ত ৰোগীৰ চিকিৎসাত ব্যস্ত এগৰাকী ক্ৰিকেটাৰৰ পিতৃ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2020 9:44 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

17.2k
VIEWS
Share on FacebookShare on Twitter

দিল্লী ৰঞ্জি ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মিথুন মানহাছৰ চিকিৎসক পিতৃয়ে ক’ৰ’না আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাত ব্ৰতী হৈ থকা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।

মিথুনে নিজৰ দেউতাকৰ সৈতে কৰা এটা ভিডিঅ’ কলৰ স্ক্ৰিণশ্বট টুইটাৰ শ্বেয়াৰ কৰি কয়, ‍‘মোৰ দেউতাৰ বয়স ৭৭ বছৰ। ইয়াৰ পিছতো তেওঁ ৰোগীসকলৰ চিকিৎসা কৰি আছে’।

ইয়াৰ উপৰি ক্ৰিকেটাৰ গৰাকীয়ে লিখে, ’আপোনাক লৈ আমি গৰ্বিত দেউতা। আমি সকলোৱে আপোনাক বহুত ভাল পাও’।

ইফালে অনুৰাগী সকলে মিথুনৰ দেউতাকক ভূয়সী প্ৰশংসা কৰাৰ লগতে একাংশই লিখিছে যে মিথুনৰ পিতৃ প্ৰকৃত হিৰ’ আৰু তেওঁৰ সাহসক চালাম জনাইছো।

মহামাৰী ক’ৰ’না ভাইৰাছে ৬০ উৰ্ধ্বৰ লোকক সহজে আক্ৰমণ কৰে যদিও মিথুনৰ পিতৃয়ে সেই কথাক আওকান কৰি আক্ৰান্ত সকলক চিকিৎসা প্ৰদান কৰি থকা বিষয়টোৱে সকলোকে আকৰ্ষিত কৰিছে।

উল্লেখ্য যে ২০ বছৰলৈকে ফাৰ্ষ্ট ক্লাছ ক্ৰিকেট খেলা মিথুনে গড়ে ৪৫.৮২ কে ৯,৭১৪ ৰান বনাইছিল, য’ত আছে ২৭টা শতক আৰু ৯টা অৰ্ধশতক।

Tags: COVID-19

Recent News

‘লেতেৰা আৰু অস্বাস্থ্যকৰ’ আসন! ইণ্ডিগ’ক ১.৫ লাখ টকাৰ জৰিমনা গ্ৰাহক সুৰক্ষা আদালতৰ

‘লেতেৰা আৰু অস্বাস্থ্যকৰ’ আসন! ইণ্ডিগ’ক ১.৫ লাখ টকাৰ জৰিমনা গ্ৰাহক সুৰক্ষা আদালতৰ

‘ইউক্ৰেইন অবিহনে শান্তি বৈঠক’- ট্ৰাম্প-পুটিনৰ বৈঠকত তীব্ৰ আপত্তি ইউৰোপৰ

‘ইউক্ৰেইন অবিহনে শান্তি বৈঠক’- ট্ৰাম্প-পুটিনৰ বৈঠকত তীব্ৰ আপত্তি ইউৰোপৰ

ছিৰাজৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ গুঞ্জন? ক্ৰিকেটাৰগৰাকীক ৰাখী পিন্ধালে আশা ভোছলেৰ নাতিনীয়েকে

ছিৰাজৰ সৈতে প্ৰেমৰ সম্পৰ্কৰ গুঞ্জন? ক্ৰিকেটাৰগৰাকীক ৰাখী পিন্ধালে আশা ভোছলেৰ নাতিনীয়েকে

শপতনামা দিয়ক অন্যথা ক্ষমা খোজকঃ ৰাহুল গান্ধীলৈ কঠোৰ পত্ৰ নিৰ্বাচন আয়োগৰ

শপতনামা দিয়ক অন্যথা ক্ষমা খোজকঃ ৰাহুল গান্ধীলৈ কঠোৰ পত্ৰ নিৰ্বাচন আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd