• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চি আৰ পি এফত খালী হৈ থকা বৃহৎ সংখ্যক পদৰ বাবে আবেদন আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
February 12, 2020 8:19 pm
1416172811801_wps_15_Passing_Out_parade_for_th

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেন্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ’ৰ্চ চমুকৈ চি আৰ পি এফৰ খালী হৈ থকা কেইবাটাও পদ অতি শীঘ্ৰে পূৰণৰ বাবে গৃহ মন্ত্ৰ্যালয়ে নিৰ্দেশনা জাৰি কৰিছে।

১৪১২টা খালী হৈ থকা হেড কনিষ্টবল (জিডি)পদৰ বাবে আবেদন আহ্বান কৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে অফিচিয়েল ৱেবছাইট crpf.gov.inৰ জৰিয়তে আবেদন কৰিব পাৰিব।

ওপৰত উল্লেখিত পদ সমূহৰ ১৩৩১টা পদ পুৰুষ আৰু ৮১টা পদ মহিলাৰ বাবে সংৰক্ষিত। আবেদনৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাৰ্থীসকলে ৬ মাৰ্চৰ ভিতৰত আবেদনৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব।

অহা ১৯ এপ্ৰিলত পদ সমূহৰ বাবে লিখিত পৰীক্ষাৰ আয়োজন কৰিছে। পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলে শাৰিৰীক আৰু মেডিকেল টেষ্টত অংশ ল’ব পাৰিব।

চি আৰ পি এফৰ জৰিয়তে দেশ সেৱাত ব্ৰতী হ’বলৈ প্ৰাৰ্থীসকলৰ বয়সৰ উৰ্ধ্বসীমা ২০১৯ চনৰ ১ আগষ্টৰ ভিতৰত ৩২ বছৰ হ’ব লাগিব।

আবেদনৰ বাবে প্ৰয়োজনীয় অৰ্হতা

প্ৰাৰ্থীসকল চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ড/প্ৰতিষ্ঠানৰ পৰা দ্বাদশ উত্তীৰ্ণ হোৱাটো প্ৰয়োজনীয়।

পৰীক্ষাৰ ধৰণ

এই খালী পদ সমূহৰ বাবে তিনি ঘণ্টাৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। মুঠ ১৬০টা প্ৰশ্ন সম্বলিত কাকতৰ প্ৰতিটো প্ৰশ্নৰে ১ নম্বৰ থাকিব। পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ প্ৰাৰ্থীসকলে ৫০ শতাংশ নম্বৰ লাভ কৰাটো প্ৰয়োজনীয়।

ইয়াৰ উপৰি পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ প্ৰতিটো শাখাতে ৪৫ শতাংশ নম্বৰ পোৱাটো বাধ্যতামূলক। সংৰক্ষিত প্ৰাৰ্থীসকলৰ বাবে ৫ শতাংশ ৰেহাইৰ ব্যৱস্থা আছে।

উল্লেখ্য যে নিৰ্বাচিত প্ৰাৰ্থীসকলে মাহেকত ২৫,৫০০ টকাৰ পৰা ৮১,১০০ টকা পৰ্যন্ত দৰমহা লাভ কৰিব। ইয়াৰ উপৰি এইছ আৰ এ, ডি এ, চি চি এৰ দৰে সুবিধা সমূহো লাভ কৰিব।

প্ৰাৰ্থীসকলে অধিক তথ্যৰ বাবে চি আৰ পি এফৰ অফিচিয়েল ৱেবছাইত গৈ সবিশেষ জানিব পাৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd