• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰ্যকাল শেষ হ’বৰ সময়ত হে সাৰ পালে! এসপ্তাহৰ ভিতৰত উজনিৰ অবৈধ কয়লা খনন বন্ধ কৰাৰ প্ৰতিশ্ৰুতি জিপি সিঙৰ

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
January 19, 2025 9:25 pm
670
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে ডিজিপি জিপি সিঙে কয় যে ৭ দিনৰ ভিতৰত অসমত নিগনিৰ গাঁত খননৰ সকলো কাম বন্ধ কৰি দিয়া হ’ব।

সোনকালেই অসমৰ আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা অৱসৰ ল’ব জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে।  ইতিমধ্যে চি আৰ পি এফৰ সঞ্চালক প্ৰধান হিচাপে ঘোষণা কৰা হৈছে জিপি সিঙৰ নাম। খুব সোনকালেই চি আৰ পি এফৰ মূৰব্বীৰ দায়িত্ব ল’ব জিপি সিঙে। তাৰ পূৰ্বেই ডাঙৰ ঘোষণা জিপি সিঙৰ।

দেওবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত নিৰাপত্তা পৰ্যালোচনা বৈঠকৰ পিছতেই সংবাদ মাধ্যমৰ আগত সিঙে কয় যে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা, লিডু, লেখাপানী অঞ্চলৰ অবৈধ কয়লা খনন কাৰ্যকলাপ বন্ধ কৰা হ’ব।

তেওঁ উল্লেখ কৰে যে ৰাজ্যত অবৈধ কয়লা খনন চলি থকাৰ কথা মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হৈছে।

জিপি সিঙে কইল ইণ্ডিয়াৰ প্ৰশাসনিক বিষয়া, বন বিভাগৰ কৰ্মী আৰু প্ৰতিনিধিৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়।

সাত দিনৰ ভিতৰত এনে সকলো খনন কাৰ্যকলাপ বন্ধ কৰাৰ বাবে ব্যৱস্থা লোৱা হ’ব বুলি তেওঁ ঘোষণা কৰে।

এতিয়া প্ৰশ্ন হয়, ইমান বছৰে অবৈধ কয়লা খননৰ বিষয়ে অৱগত নাছিল নেকি জিপি সিঙ আৰু হিমন্ত বিশ্ব শৰ্মা? ইয়াৰ পূৰ্বে সংবাদ মাধ্যম আৰু জাতীয় দল সংগঠনে তথ্য প্ৰমাণ সহকাৰে অবৈধ কয়লা খনন দেখুৱাই দিয়াৰ পিছতো কিয় ব্যৱস্থা গ্ৰহণ কৰা নাছিল চৰকাৰে?

Recent News

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

উত্তম ব্ৰজবাসীৰ নাগৰিকত্ব বিতৰ্ক: সমালোচনাৰ প্ৰত্যুত্তৰত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

গহপুৰ-নুমলীগড় সুৰংগ প্ৰকল্প: পৰিৱেশত প্ৰকল্পটোৰ প্ৰভাৱ অধ্যয়নৰ অনুৰোধ বন্যপ্ৰাণী ব’ৰ্ডৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd