• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

নতুন বছৰত আৰম্ভ হোৱা এটা নতুন ট্ৰেণ্ড : কি এই ডিজিটেল ডিটক্স ভেকেশ্যনছ?

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
January 19, 2025 8:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমি এনে এটা যুগৰ এনে এটা পৰিস্থিতিত আছোঁ যে প্ৰয়োজন হওক বা নহওক দিন-ৰাতিয়ে আমি মোবাইল ফোনটোৰ লগতে সময় কটাও। মোবাইলৰ প্ৰতি থকা এই আসক্তিয়ে আমাৰ জীৱনটো একাকী আৰু নিসংগ কৰি তুলিছে। ফোনটোৱে আমাৰ সম্পৰ্কবোৰৰ লগতে মানসিক অৱস্থাতো কুপ্ৰভাৱ পেলাইছে। যাৰ ফলত নতুনকৈ সৃষ্টি হৈছে এটা ধাৰা – ডিজিটেল ডিটক্স ভেকেশ্যনছ।

মোবাইল আৰু কম্পিউটাৰে আমাৰ জীৱনটো, আমাৰ মানসিক অৱস্থাক ভাৰাক্ৰান্ত কৰি পেলাইছে। যাৰ বাবে মানুহে এতিয়া ডিজিটেল বস্তুটোৰ পৰা পলায়নৰ বাবে হাহাকাৰ কৰিছে।

Apply Now

এই কথাটোলৈ লক্ষ্য কৰি শেহতীয়াকৈ হোটেল, ৰিজৰ্ট বা ৰেষ্টুৰেন্ট সমূহেও মানুহক ডিজিটেল ছুটী প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। মানুহে ডিজিটেল দুনীয়াৰ পৰা অলপ সময়ৰ বাবে পৰিত্ৰাণ বিচাৰি নিৰ্জন ঠাই, ৰিজৰ্ট আদিত ছুটী কটাবলৈ যাবলৈ আৰম্ভ কৰিছে।

ৰিজৰ্টসমূহেও এতিয়া গ্ৰাহকক সময় কটাবলৈ জাৰ্নেল বা কিতাপ আগবঢ়াবলৈ লৈছে। ভ্ৰমণকাৰীসকলক মানসিক অৱস্থা উন্নত কৰিবৰ বাবে যোগ, ধ্যান, আনকি জাৰ্নেলিং ক্লাছো অন্তৰ্ভুক্ত কৰিছে ৰিজৰ্ট সমূহত।

ৰিজৰ্ট সমূহে শেহতীয়াকৈ ৱাই ফাই বা ইন্টাৰনেট সেৱা নিজৰ সুবিধা সমূহৰ পৰা আঁতৰাই ডিজিটেল ডিটক্স ভেকেশ্যনৰ ব্যৱস্থা কৰিছে।

মাজনিশাৰ কথোপকথন, ভ্ৰমণ, আদ্দা, সংগীত, দুর্গম স্থান ভ্ৰমণ আদিৰ বাবে পৰ্যটকক আমন্ত্ৰণ কৰি বিশেষ ব্যৱস্থা হাতত লৈছে পৰ্যটন উদ্যোগসমূহৰ লগতে ৰিজৰ্ট, হোম ষ্টে বা হোটেলসমূহে।

এই ডিজিটেল ডিটক্স ভেকেশ্যনছে ভ্ৰমণকাৰী বা পৰ্যটকক মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰাত সহায় কৰিছে। ফলত মনোযোগ আৰু সৃষ্টিশীলতা বৃদ্ধি পাইছে। ডিজিটেল ভেকেশ্যনে উন্নত টোপনিতো সহায় কৰিছে।

মুঠৰ ওপৰত ভাৰ্চুৱেল জগতৰ পৰা আঁতৰি নিজক সময় দি মানসিক প্ৰশান্তি লাভ কৰাৰ বাবেই শেহতীয়াকৈ এই ধাৰাটো জনপ্ৰিয় হৈ উঠিছে।

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

June 18, 2026 1:45 pm
পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

June 18, 2026 1:45 pm
ভাৰতীয় শিক্ষা ব্যৱস্থা এক ধন দাবী কৰা যন্ত্ৰ: কোটাৰ সভাত ৰাহুল গান্ধীৰ মন্তব্য

ভাৰতীয় শিক্ষা ব্যৱস্থা এক ধন দাবী কৰা যন্ত্ৰ: কোটাৰ সভাত ৰাহুল গান্ধীৰ মন্তব্য

June 18, 2026 1:23 pm
হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: গভীৰ খাৱৈত বাগৰি পৰিল বাহন, ৭ জনৰ কৰুণ মৃত্যু

June 18, 2026 12:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাল নথিপত্ৰৰে ৰাজস্থানলৈ অসমৰ হাতীৰ অবৈধ সৰবৰাহ, চৰকাৰী শিথিলতাক লৈ সৰৱ প্ৰকৃতিপ্ৰেমী

June 18, 2026 1:45 pm
পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

পাকিস্তানত ভয়ংকৰ কাণ্ড, গুৰুদ্বাৰৰ ভিতৰতে বৃদ্ধ শিখ দম্পতীক গুলীয়াই হত্যা

June 18, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd