• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘূৰ্ণীবতাহ আলফ্ৰেডৰ তাণ্ডৱ! অষ্ট্ৰেলিয়াত বিদ্যুৎ বিচ্ছিন্ন ৩ লাখ ৫০ হাজাৰ বাসস্থান-প্ৰতিষ্ঠান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2025 9:12 am
193
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে অষ্ট্ৰেলিয়াৰ পূব উপকূলত ঘূৰ্ণীবতাহ আলফ্ৰেডে আঘাত হানিছে, যাৰ ফলত বানৰ আশংকা বৃদ্ধি পাইছে। ইয়াৰ আক্ৰমণৰ ফলত ৩ লাখ ৩০ হাজাৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে।

এই বহিঃক্ৰান্তীয় ঘূৰ্ণীবতাহ এতিয়া গ্রীষ্মমণ্ডলীয় নিম্নচাপলৈ পৰিণত হৈছে৷ আলফ্ৰেডৰ প্ৰভাৱৰ ফলত উপকূলীয় অঞ্চলৰ ওপৰেৰে ধুমুহা বতাহ বলিছে, গছ-গছনি উভালি পেলাইছে, বিদ্যুৎ পৰিবাহী তাঁৰ ছিন্ন কৰিছে আৰু অট্টালিকাসমূহৰ ক্ষতি কৰিছে।

চৰকাৰী বতৰ বিজ্ঞানীসকলে জনোৱা মতে, এতিয়াও প্ৰচণ্ড বৰষুণ হৈ আছে। দক্ষিণ-পূব কুইন্সলেণ্ড আৰু উত্তৰ-পূব নিউ চাউথ ৱেলছৰ ৪০০ কিলোমিটাৰ উপকূলৰ কিছু অংশত নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে।

উপভোক্তা কোম্পানীসমূহে জনোৱা মতে, দক্ষিণ-পূব কুইন্সলেণ্ডৰ ২ লাখ ৯৫ হাজাৰ আৰু নিউ চাউথ ৱেলছৰ আন ৪২ হাজাৰ ৬০০ ঘৰ বিদ্যুৎ বিছিন্ন হৈ পৰিছে। কোম্পানীসমূহে সকীয়াই দিছে যে বানপানীয়ে বিদ্যুৎ পৰিবাহী তাঁৰ মেৰামতিৰ কামত ব্যাঘাত জন্মাব পাৰে।

প্ৰদেশখনৰ প্ৰধানমন্ত্ৰী ডেভিদ ক্ৰীছাফুলিয়ে কয় যে প্ৰাকৃতিক দুৰ্যোগৰ বাবে কুইন্সলেণ্ডৰ ইতিহাসত এইটোৱেই আটাইতকৈ ডাঙৰ বিদ্যুৎ বিচ্ছিন্নতা আৰু অনুমান কৰে যে প্ৰায় ৭ লাখ ৫০ হাজাৰ লোক বিদ্যুৎ বিচ্ছিন্নতাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

বতৰ বিজ্ঞান ব্যুৰোৱে সতৰ্কবাণী জাৰি কৰি কয় যে গোটেই সপ্তাহটোত প্ৰচণ্ড বৰষুণ আৰু বিধ্বংসী ধুমুহা বতাহৰ আশংকা আছে।

বতৰ বিজ্ঞান বিভাগে এক বিবৃতিত কয় যে ইতিমধ্যে নদীসমূহ প্ৰবল বৰষুণৰ ফলত উফন্দি উঠিবলৈ আৰম্ভ কৰিছে।

Recent News

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd