• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লোণ আইন ভংগঃ দাণ্ডীযাত্ৰাত গান্ধীজীৰ সহযাত্ৰী হৈছিল কিমানজন লোক?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 14, 2022 5:50 pm
152
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গান্ধীয়ে কোৱা অসহযোগ আন্দোলনক অধিক শক্তিশালী কৰাৰ প্ৰক্ৰিয়া চলিছিল। লোণ আইন ভংগ কৰাৰ অৰ্থে দাণ্ডীযাত্ৰাৰ বাবে কংগ্ৰেছৰ বহু নেতা- কৰ্মী সাজু হৈছিল। অসহযোগ আন্দোলন দাণ্ডীতেই আৰম্ভ কৰা হ’ব বুলি বহুতে ধাৰণা কৰিছিল। মহাত্মা গান্ধীৰ সবৰমতী আশ্ৰমৰ পৰা প্রায় দুশ মাইল নিলগত গুজৰাটৰ সাগৰৰ পাৰত অৱস্থিত এখন ঠাই হৈছে গান্ধী৷ ব্রিটিছৰাজৰ সময়ত এই দাণ্ডীতেই নিমখ প্ৰস্তুত কৰা হৈছিল।

গান্ধীজীৰ নেতৃত্বত আন্দোলনকাৰীয়ে দাণ্ডীলৈ যাত্ৰা কৰিব বুলি জানিব পাৰি ব্ৰিটিছে লগে লগে লোণ আইনখন অধিক কঠোৰ কৰি তুলিছিল। ব্ৰিটিছৰ এনে কঠোৰ মনোভাৱৰ বিপৰীতে মহাত্মা গান্ধীয়ে ১৯৩০ চনৰ ১২ মাৰ্চৰ দিনা ৭৮ গৰাকী অনুগামীক লগত লৈ দাণ্ডী অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল।

Apply Now

মহাত্মা গান্ধীয়ে তেওঁৰ অনুগামীসকলৰ সৈতে ১৯৩০ চনৰ ৫ এপ্ৰিলৰ দিনা দাণ্ডীত গৈ উপস্থিত হৈছিল। মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ এক ঐতিহাসিক যাত্ৰা হিচাপে পৰিগণিত হৈ ৰৈছে।

সবৰমতী আশ্ৰমৰ পৰা দুশ মাইল খোজকাঢ়ি কৰা এই যাত্ৰাৰ ফলত গান্ধীৰ প্ৰায়সংখ্যক অনুগামীয়েই অসুস্থ হৈ পৰিছিল। তথাপিতো তেওঁলোকে দেশৰ স্বাৰ্থতে মনোবল হেৰুৱাই পেলোৱা নাছিল।

গান্ধীৰ নেতৃত্বত তেওঁৰ অনুগামীসকলে প্ৰবল মনোবলেৰে অসুস্থ শৰীৰ লৈও দাণ্ডী অভিমুখে খোজ পেলাইছিল। দাণ্ডীত তেওঁলোকে উপস্থিত হোৱাৰ পিছতে মহাত্মা গান্ধীৰ আহ্বানত দাণ্ডীত কৰ্মৰত তিনি শতাধিক লোকে তেওঁলোকৰ কাম এৰি দিছিল আৰু স্বৰাজ আন্দোলনক অধিক গতিশীল কৰাৰ লক্ষ্যৰে আন্দোলনত জঁপিয়াই পৰিছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm
অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

অসমক কৃতজ্ঞতা জনালে ভূটানৰ প্ৰধানমন্ত্ৰীয়ে

September 23, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd