• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নুমলীগড়ৰ চাহ বাগিচাত সদ্যজাত হাতী পোৱালিৰ ক্ষত বিক্ষত মৃতদেহ উদ্ধাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
June 27, 2019 11:57 am
Dead baby Jumbo

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি নুমলীগড়ৰ বি জি কে চাহ বাগিচাত পুনৰ এটা হাতী পোৱালিৰ মৃতদেহ উদ্ধাৰ হৈছে। মাত্ৰ এসপ্তাহ পূৰ্বে জন্ম হোৱা হাতী পোৱালিটো বুধবাৰে নিশা মৃত্যু হোৱা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে।

ইফালে মৃতদেহ পৰি থকা ঠাইত হাতী পোৱালিটোৰ দেহৰ বিভিন্ন মাংসপিণ্ড সিঁচৰিত হৈ থকা পৰিলক্ষিত হয়। বাগিচা কৰ্তৃপক্ষই ব্যৱহাৰ কৰা ব্লেড ফেঞ্চিঙত লাগিয়েই হাতী পোৱালিটোৰ মৃত্যু হোৱা বুলি একাংশই জনাইছে ৷      

উল্লেখ্য যে নুমলীগড় শোধানাগাৰৰ বিভিন্ন কাৰ্যৱলী, চাহ বাগিচাৰ সম্প্ৰসাৰণ, চাহ ফেক্টৰি প্ৰতিস্থাৰ উপৰি শিলৰ অনিয়ন্ত্ৰিত খননে ক্ৰমে বিপন্ন কৰি তুলিছে কাৰ্বি আংলং জিলা আৰু গোলাঘাটৰ সীমান্ত অঞ্চল ৷ অঞ্চলটোত আৱাস হেৰুৱাই আশ্ৰয়হীন হোৱা হাতীজাক বোৰে এতিয়া দিহিঙে দিপাঙে বিচৰণ কৰিব লগাত পৰিছে ৷ যাৰ বাবে অঞ্চলটোত ৰাজ্যৰ ভিতৰতেই হাতী আৰু মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

প্ৰসাৰিত চাহ বাগিচাবোৰৰ দ নলাত পৰি বহু হাতী পোৱালীৰ ইতিমধ্যে মৃত্যুও হৈছে। এফালে আৱাস আৰু খাদ্যৰ অভাৱত পুতৌ লগা অৱস্থা হৈছে অঞ্চলটোত থকা হাতীৰ জাকবোৰৰ। ইমানৰ পিছতো বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাক লৈ ক্ষুভিত হৈ পৰিছে স্থানীয় লোক তথা প্ৰকৃতি প্ৰেমী।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্ত্ৰাসবাদ বিৰোধী অভিযানত চিআইএছএফৰ মহিলা:  অভিজাত প্ৰশিক্ষণ আৰম্ভ কৰিছে মহিলা কমাণ্ডো দলে

সন্ত্ৰাসবাদ বিৰোধী অভিযানত চিআইএছএফৰ মহিলা:  অভিজাত প্ৰশিক্ষণ আৰম্ভ কৰিছে মহিলা কমাণ্ডো দলে

August 26, 2025 12:39 pm
আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

August 26, 2025 11:14 am
‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

August 26, 2025 9:47 am
বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ

বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ

August 26, 2025 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্ত্ৰাসবাদ বিৰোধী অভিযানত চিআইএছএফৰ মহিলা:  অভিজাত প্ৰশিক্ষণ আৰম্ভ কৰিছে মহিলা কমাণ্ডো দলে

সন্ত্ৰাসবাদ বিৰোধী অভিযানত চিআইএছএফৰ মহিলা:  অভিজাত প্ৰশিক্ষণ আৰম্ভ কৰিছে মহিলা কমাণ্ডো দলে

August 26, 2025 12:39 pm
আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

আমেৰিকৰ শুল্ক নীতি! ২৭ আগষ্টৰ পৰা কার্যকৰী হ’ব ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% শুল্ক

August 26, 2025 11:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd