• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভূমিকম্পত মৃত্যু ১৭ হাজাৰ ৫৪৩ জনলৈ বৃদ্ধি; তুৰস্কক ১০০ খনতকৈও অধিক দেশৰ সহায়ৰ প্ৰতিশ্ৰুতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 9, 2023 7:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তুৰস্ক আৰু চিৰিয়াত সংঘটিত বিধ্বংসী ভূমিকম্পত এতিয়ালৈ কমেও ১৭ হাজাৰ ৫৪৩ জন লোক নিহত হৈছে। তুৰস্কৰ উপ ৰাষ্ট্ৰপতি ফুয়াত অ’কটে বৃহস্পতিবাৰে কয় যে তুৰস্কত কমেও ১৪ হাজাৰ ৩৫১ জন লোক নিহত হৈছে। দেশখনত আন ৬৩ হাজাৰ ৭৯৪ জন লোক আহত হৈছে।

আনহাতে, চিৰিয়াৰ অসামৰিক কৰ্তৃপক্ষ ‘হোৱাইট হেলমেটছ’ গোটৰ তথ্য মতে, চিৰিয়াত মুঠ মৃত্যুৰ সংখ্যা হৈছে ৩ হাজাৰ ১৯২ জন, যাৰ ভিতৰত উত্তৰ-পশ্চিম বিদ্ৰোহী নিয়ন্ত্ৰিত অঞ্চলত ১ হাজাৰ ৯৩০ জন আৰু চিৰিয়াৰ চৰকাৰ নিয়ন্ত্ৰিত অংশত ১ হাজাৰ ২৬২ জন লোক নিহত হৈছে।

তুৰ্কী চৰকাৰ, হোৱাইট হেলমেট আৰু চিৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমৰ পৰিসংখ্যা অনুসৰি চিৰিয়া আৰু তুৰ্কীত কমেও ৬৮ হাজাৰ ৯৫২ জন লোক আহত হৈছে।

ইপিনে, বিধ্বংসী ভূমিকম্পৰ পিছত প্ৰায় ৯৫ খন দেশ আৰু ১৬ টা আন্তঃৰাষ্ট্ৰীয় সংগঠনে তুৰস্কক সহায়ৰ প্ৰতিশ্ৰুতি দিছে। বৈদেশিক মন্ত্ৰী মেভলুত কাভুসোগ্লুৱে বৃহস্পতিবাৰে এক সংবাদ সন্মিলনত কয় যে এই মুহূৰ্তত ৫৬ খন দেশৰ ৬,৪৭৯ জন উদ্ধাৰকাৰী কামত লাগি আছে। তদুপৰি, ১৯ খন দেশৰ দল ২৪ ঘণ্টাৰ ভিতৰত  দেশত আহি উপস্থিত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পিষ্টল লৈ খেলি থকা অৱস্থাত গুলী ফুটি কৰুণ মৃত্যু ৫ বছৰীয়া শিশুৰ

পিষ্টল লৈ খেলি থকা অৱস্থাত গুলী ফুটি কৰুণ মৃত্যু ৫ বছৰীয়া শিশুৰ

September 9, 2025 11:27 am
ভাৰতৰ পঞ্চমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল হিমাচল প্ৰদেশ

ভাৰতৰ পঞ্চমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল হিমাচল প্ৰদেশ

September 9, 2025 10:37 am
টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

September 9, 2025 10:20 am
বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি ইতিহাস ৰচিলে ১৬ বছৰীয়া অভিমন্যু মিশ্ৰই

বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি ইতিহাস ৰচিলে ১৬ বছৰীয়া অভিমন্যু মিশ্ৰই

September 9, 2025 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পিষ্টল লৈ খেলি থকা অৱস্থাত গুলী ফুটি কৰুণ মৃত্যু ৫ বছৰীয়া শিশুৰ

পিষ্টল লৈ খেলি থকা অৱস্থাত গুলী ফুটি কৰুণ মৃত্যু ৫ বছৰীয়া শিশুৰ

September 9, 2025 11:27 am
ভাৰতৰ পঞ্চমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল হিমাচল প্ৰদেশ

ভাৰতৰ পঞ্চমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত হ’ল হিমাচল প্ৰদেশ

September 9, 2025 10:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd