• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লাল কিল্লাৰ হিংসাত্মক কাণ্ডৰ মূল অভিযুক্ত দীপ সিদ্ধু পলাতক!

দীপ সিদ্ধু আৰএছএছৰ এজেন্ট বুলিও দাবী একাংশ কৃষক নেতাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2021 2:01 pm
DEEP
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ দিনা সংঘটিত লাল কিল্লা কাণ্ডৰ মূল অভিযুক্ত দীপ সিদ্ধু পলাতক! অভিযুক্ত সিদ্ধুৱে ২৬ জানুৱাৰীত প্ৰতিবাদকাৰীৰ ভিৰৰ মাজৰে পৰাই পলায়ন কৰা বুলি চৰ্চা লাভ কৰিছে।

ইফালে দিল্লী আৰক্ষী আয়ুক্তই প্ৰকাশ কৰা অনুসৰি কৃষকৰ ট্ৰেক্টৰ ৰেলীত সংঘটিত হিংসাত্মক ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ২৫ টা গোচৰ পঞ্জীয়ন কৰিছে।

লাল কিল্লা কাণ্ডৰ মূল অভিযুক্ত দীপ সিদ্ধুৰ বিৰুদ্ধেও দিল্লী আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে লাল কিল্লা কাণ্ডৰ পিছতে চ’ছিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পিছতে মূল অভিযুক্ত দীপ সিদ্ধুৱে দিল্লীৰ পৰা পলায়ন কৰিছে ধাৰণা কৰা হৈছে।

ভাইৰেল হোৱা এটা ভিডিঅ’ত দীপ সিদ্ধুৱে এখন মটৰ চাইকলেত উঠি দিল্লীৰ পৰা পলায়ন কৰা দেখা গৈছে বুলিও চৰ্চা হৈছে। বুধবাৰে দীপ সিদ্ধুৱে ফেইচবুকত দুটা লাইভ ভিডিঅ’ কৰা দেখা যায়, য’ত নিজকে নিৰ্দোষী বুলি দাবী কৰিছে।

উল্লেখ্য যে লাল কিল্লা কাণ্ডৰ পিছতে দীপ সিদ্ধুৰ বিষয়ে বহু আপত্তিজনক তথ্য পোহৰলৈ আহিছে।

বুধবাৰে আম আদমি নেতা ৰাঘৱ চাড্ডাই সংবাদমেল যোগে দীপ সিদ্ধুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে উঠা ফ’টো ভাইৰেল কৰে।

ইয়াৰ পিছতে দীপ সিদ্ধুৰ বিজেপিৰে থকা ঘনিষ্ঠতাক লৈ চৰ্চা আৰম্ভ হৈছে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ সাংসদ তথা অভিনেতা চানী দেওলৰ নিৰ্বাচনী প্ৰচাৰৰ মেনেজাৰৰ দায়িত্বতো আছিল দীপ সিদ্ধু।

সংযুক্ত কৃষাণ মৰ্চাৰ একাংশ নেতাই দীপ সিদ্ধুক আৰএছএছৰ এজেন্ট বুলি দাবী কৰিছে। আনকি দীপ সিদ্ধু নিষিদ্ধ ঘোষিত শিখ সন্ত্ৰাসবাদী সংগঠন শিখছ ফৰ জাষ্টিছ(এছএফজে)ৰ সদস্য বুলিও প্ৰকাশ পাইছে।

অভিনেতা দীপ সিদ্ধুৱে কৃষক আন্দোলনত অংশগ্ৰহণ কৰি বহু সময়ত বিতৰ্কিত মন্তব্যও কৰি অহা পৰিলক্ষিত হৈছিল। তিনি বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত আৰম্ভ হোৱা কৃষক আন্দোলনত অংশগ্ৰহণ কৰি অক্টোবৰৰ প্ৰথমটো সপ্তাহত দীপ সিদ্ধুৱে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰিছিল। ইয়াৰ পিছতে কৃষক সংগঠনৰ ওচৰত তেওঁ ক্ষমা ভিক্ষা কৰিবলৈও বাধ্য হৈছিল বুলি প্ৰকাশ পাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd