• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেঁচু খান্দোতে ওলাইছে সাপ! ড্ৰাগছ কাণ্ডত এন চি বিৰ নজৰত এইবাৰ দীপিকা পাডুকন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 22, 2020 9:43 am
deepika-padukone-1575552752

দীপিকা পাডুকন।

662
VIEWS
Share on FacebookShare on Twitter

কেঁচু খান্দোতে ওলাইছে সাপ! ড্ৰাগছ তদন্তত পোহৰলৈ আহিছে এটাৰ পাছত আন এটাৰ নাম। নাৰক’টিকছ ব্যুৰোই ইয়াৰ পূৰ্বে ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃক গ্ৰেপ্তাৰ কৰিছে।

এইবাৰ নাৰক’টিছ ব্যুৰোৰ নজৰত পৰিছে বলীউদৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনৰ নাম।

ৰিয়া চক্ৰৱৰ্তীৰ হোৱাটছএপক লৈ কৰা তদন্তত বিষয়াসকলে জয়া সাহা নামৰ এগৰাকী মহিলাৰ সৈতে ৰিয়া চ্যাট কৰা ধৰা পৰে। ৰিয়াই মহিলাগৰাকীৰ সৈতে ড্ৰাগছৰ বিষয়ে কথা পাতিছিল।

জয়া সাহাৰ হোৱাটছএপ গ্ৰুপত এনে দুগৰাকী ব্যক্তি দেখা গৈছে যাৰ নাম ‘D’ আৰু ‘K’. ইয়াৰে ‘D’ দীপিকা আৰু ‘K’ কৰিশ্মা বুলি চিনাক্ত কৰা হৈছে।

কৰিশ্মা হৈছে এটা টেলেন্ট মেনেজমেন্ট এজেন্সিৰ কৰ্মী তথা তেওঁক দীপিকা পাডুকনৰ মেনেজাৰ বুলিও জনা যায়।

কৰিশ্মাক মঙলবাৰেই নাৰক’টিকছ ব্যুৰোই তলব কৰিছে।

আনহাতে, বাতৰি অনুসৰি এই সপ্তাহতেই দীপিকাকো তলব কৰা হ’ব পাৰে।

হোৱাটছএপ চ্যাটত দীপিকাই এক বিশেষ ড্ৰাগছ বিচাৰিছিল আৰু সেই লৈ বাৰ্তালাপ চলিছিল।

ড্ৰাগছ কাণ্ডৰ তদন্তত দীপিকাৰ উপৰি ইতিমধ্যে শ্ৰদ্ধা কাপুৰ আৰু ছাৰা আলী খানৰ নামো পোহৰলৈ আহিছে।

তেওঁলোকে সুশান্ত সিং ৰাজপুতৰ সৈতে পুনেৰ ওচৰৰ এটা আইলেণ্ডত পাৰ্টি কৰিবলৈ গৈছিল।

ছাৰা আলী খান, ৰকুল প্ৰীত সিং আৰু ছিমেন খামবাট্টাই ড্ৰাগছ লোৱা বুলি ৰিয়া চক্ৰৱৰ্তীয়ে জেৰাত প্ৰকাশ কৰিছিল।

ৰিয়াৰ গোচৰৰ তদন্ত কৰিবলৈ গৈ তদন্তকাৰী বিষয়াসকলে আন্তৰ্জাতিক চক্ৰৰ সংযোগো বিচাৰি পাইছে।

Recent News

অপৰিৱৰ্তিত অসমৰ বান পৰিস্থিতি! ৫.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

অপৰিৱৰ্তিত অসমৰ বান পৰিস্থিতি! ৫.৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

পদপিষ্ট হোৱাৰ ঘটনা: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ শীৰ্ষ বিষয়া আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী ৩ জনক গ্ৰেপ্তাৰ

পদপিষ্ট হোৱাৰ ঘটনা: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ শীৰ্ষ বিষয়া আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী ৩ জনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd