• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2025 9:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে “অমৃত বৃক্ষ আন্দোলন”ৰ অধীনত ৰাজ্যজুৰি ১ কোটি গছপুলি ৰোপণৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে, ডিব্ৰুগড় জিলাৰ কেইবাখনো মূল্যৱান বনাঞ্চল ধ্বংস হোৱাৰ প্ৰকৃত তথ্যই উদ্বেগৰ সৃষ্টি কৰিছে। নামৰূপৰ অভয়পুৰ গাঁৱত ২৫ একৰ মাটিত ১ ঘণ্টাত ৩.৫ লাখ গছপুলি ৰোপণ কৰি বিশ্ব অভিলেখ গঢ়াৰ বিপৰিতে এতিয়া বাস্তৱত অন্য এখন ছবিহে পোহৰলৈ আহিছে।

জৈৱ-বৈচিত্ৰ্যৰে সমৃদ্ধ ডিব্ৰুগড় জিলাৰ উল্লেখযোগ্য বনাঞ্চলসমূহৰ ভিতৰত অন্যতম খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল, যাক নামদাং বনাঞ্চল নামেও জনা যায়। এই বনাঞ্চলখন এতিয়া টিংখাঙ সমষ্টিৰ অন্তৰ্গত বনদস্যুসকলৰ মুক্ত বিচৰণস্থলত পৰিণত হৈছে। গছ কাটি মূল্যৱান কাঠৰ চোৰাং ব্যৱসায় চলাই বনাঞ্চলখনক এক ধ্বংসাত্মক প্ৰকল্পৰ ৰূপত পৰিণত কৰিছে।

বিয়াগোম বন বিভাগৰ অধীনত থকা সত্ত্বেও, বন বিষয়াৰ উপস্থিতিত দিন-দুপৰতে বনাঞ্চলৰ মূল্যৱান গছ নিঃশেষ কৰি থকা দৃশ্যই অঞ্চলটোৰ সচেতন ৰাইজৰ মাজত গভীৰ ক্ষোভৰ সঞ্চাৰ কৰিছে। স্থানীয় ৰাইজ, সংগঠনে মিলি  প্ৰতিবাদ কৰি অহিছে যদিও বন বিভাগে আজিও কোনো গঠনমূলক পদক্ষেপ গ্ৰহণ কৰা নাই।

২৩১.৭ বৰ্গ কিলোমিটাৰৰ এই বিস্তীৰ্ণ বনাঞ্চলৰ চাৰিসীমা সম্পূৰ্ণৰূপে উন্মুক্ত হৈ থকাৰ বাবে একাংশ লোকৰ বাবে অবাধ দখল আৰু বন উজাৰি দিয়াৰ সুযোগ সৃষ্টি কৰিছে। গছ কাটি বনাঞ্চল উজাৰি বনভূমি সংকুচিত কৰাৰ লগতে এই অঞ্চলৰ জৈৱ-বৈচিত্ৰ্যৰ ওপৰতো আঘাত কৰিছে।

অঞ্চলটোৰ ৰাইজৰ মতে, খোদ ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বৰাৰ সমষ্টিত থকা এই বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰত বন বিভাগৰ নিস্ক্ৰিয়তা অত্যন্ত দু:খজনক। সচেতন ৰাইজে গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে, চৰকাৰ, বন বিভাগ আৰু প্ৰশাসনৰ উপেক্ষাই বনাঞ্চলখনৰ ধ্বংস নিশ্চিত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মধুমেহ ৰোগীৰ বাবে ১০টা পৰামর্শ : জানি লওক কি কয় বিশেষজ্ঞই

মধুমেহ ৰোগীৰ বাবে ১০টা পৰামর্শ : জানি লওক কি কয় বিশেষজ্ঞই

September 12, 2025 6:30 am
ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

September 11, 2025 9:10 pm
বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

বিজেপিৰ সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি-আৰএছএছৰ দ্বন্দ্ব তুংগত, দুই মেৰুত মোদী-ভাগৱত!

September 11, 2025 8:30 pm
চৰকাৰ বিৰোধী আন্দোলনক সমৰ্থন! শাসকৰ ৰোষত পৰি ছাৰ্বিয়া এৰি সপৰিয়ালে গ্ৰীচত টেনিছৰ কিংবদন্তি জ’কভিচ!

চৰকাৰ বিৰোধী আন্দোলনক সমৰ্থন! শাসকৰ ৰোষত পৰি ছাৰ্বিয়া এৰি সপৰিয়ালে গ্ৰীচত টেনিছৰ কিংবদন্তি জ’কভিচ!

September 11, 2025 7:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধুমেহ ৰোগীৰ বাবে ১০টা পৰামর্শ : জানি লওক কি কয় বিশেষজ্ঞই

মধুমেহ ৰোগীৰ বাবে ১০টা পৰামর্শ : জানি লওক কি কয় বিশেষজ্ঞই

September 12, 2025 6:30 am
ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

ধুবুৰী জিলাৰ গোলোকগঞ্জত কোঁচ-ৰাজবংশী আন্দোলনকাৰীৰ ওপৰত কৰা লাঠি চালনাৰ ঘটনা বৰ্বৰ আৰু স্বৈৰাচাৰী : ডি ৱাই এফ আই

September 11, 2025 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd