• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

COVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ ধৰ্মীয় ন্যাসৰ ৮০ শতাংশ ‘ভগৱান’ৰ ধন দান কৰাৰ নিৰ্দেশ দিয়ক : প্ৰধান মন্ত্ৰীলৈ এটি কিশোৰৰ আহ্বান

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2020 9:41 am
8a955fbcfc7d4cdea174cf97ed2a0662
3.9k
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ অলপতে লিখা এখন চিঠিত দেৰাদূনৰ এটি কিশোৰে সকলো ধৰ্মৰে তেওঁৰ ধৰ্মীয় ন্যাসৰ ৮০ শতাংশ ‘ভগৱান’ৰ সম্পদ COVID-19 ৰ বিৰুদ্ধে যুঁজিবলৈ  দান কৰাটো বাধ্যতামূলক কৰাৰ আহ্বান জনাইছে।

‘’মই নিশ্চিত ভগৱান আমাক আশীৰ্বাদ কৰি সুখী হ’ব যদিহে এই ধনে ভগৱানৰ সন্তানক ৰক্ষা কৰে। আমি সকলোৱে মানৱতাত অধিক বিশ্বাস কৰিব লাগিব,’’-দশম শ্ৰেণীৰ ১৫ বছৰীয়া ছাত্ৰ অভিনৱে প্ৰধান মন্ত্ৰীলৈ চিঠিত এইদৰে লিখিছে।

অভিনৱৰ পিতৃ-মাতৃ স্বাস্থাসেৱাত কৰ্মৰত।

চীনত আৰম্ভ হোৱাৰে পৰা অভিনৱে কৰ’নাভাইৰাছ মহামাৰীক সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি আহিছে।

‘’ভগৱানৰ আশীৰ্বাদত মোৰ মা আৰু দেউতা চিকিৎসা বিজ্ঞানৰ সৈতে জড়িত আৰু প্ৰতিদিনে হাস্পাতললৈ যাবলগীয়া হয় সেয়েহে তেওঁলোকে COVID-19 ৰ সৈতে জড়িত ঘটনাবোৰ তথা পৰিস্থিতিৰ বিষয়ে জানিবলৈ দিয়ে,’’-তেওঁ কয়।

‘’আমাৰ প্ৰধান মন্ত্ৰীয়ে পৰামৰ্শ দিছে যে কেবল সামাজিক দূৰত্বই এই সময়ত আমাক ৰক্ষা কৰিব পাৰে। সেয়েহে, মই আশা কৰিম এই লকডাউন আংশিকভাৱে সম্প্ৰসাৰণ কৰিব পাৰে কিন্তু সঠিক ব্যৱস্থাপনা থকা উচিত যাতে কোনোৱে ভূগিবলগীয়া নহয়,’’-তেওঁ লগতে কয়।

অভিনৱে ই-মেইল আই ডি লাভ কৰাৰ পাছত তেওঁৰ ধাৰণা সন্নিৱিষ্ট কৰি প্ৰধান মন্ত্ৰী  মোদীলৈ পত্ৰ প্ৰেৰণ কৰে।

গোটেই বিশ্ব এতিয়া কৰ’না মহামাৰীৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে আৰু ভাৰতত এতিয়া COVID-19 ৰ সংক্ৰমণ স্থৱিৰ কৰিবলৈ সামজিক দূৰত্ব বলবৎ কৰি ২১ দিনৰ বাবে লকডাউন কৰা হৈছে।

কিন্তু এই লকডাউন ব্যৱস্থাসমূহ এখন উন্নয়নশীল ৰাষ্ট্ৰ তথা বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যাৰ দেশ ভাৰতত বিশৃংখলাৰ সৃষ্টি কৰিছে।

নিযুত সংখ্যক প্ৰব্ৰজিত শ্ৰমিক, ভিখাৰী, গৃহহীন হৈছে আৰু দৈনিক হাজিৰা কৰা শ্ৰমিক নিশাৰ ভিতৰতে কৰ্মহীন হৈ পৰিছে।

Tags: COVID19

Recent News

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd