• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্ৰিকেট কেৰিয়াৰ শেষ কৰি দিয়াৰ ভাবুকি প্ৰাক্তন পত্নী আয়েশা মুখাৰ্জীৰ! আদালতৰ দ্বাৰস্থ শিখৰ ধাৱান

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 6, 2023 1:17 pm
161
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন পত্নীয়ে তেওঁৰ কেৰিয়াৰ সমাপ্ত কৰাৰ ভাবুকি দিছে। তেওঁৰ সন্মান হানি কৰাৰ চেষ্টা কৰিছে। এনে অভিযোগ লৈ আদালতৰ কাষ চাপিছে শিখৰ ধাৱানে। ভাৰতীয় ক্ৰিকেটাৰজনে প্ৰাক্তন পত্নীক তেওঁৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত ভুল তথ্য প্ৰচাৰ নকৰিবলৈ নিৰ্দেশ দিবলৈ অনুৰোধ জনাইছে। আদালতে শিখৰৰ আবেদনৰ প্ৰতি সঁহাৰি দিছে।

যোৱা বছৰ শিখৰৰ পত্নী আয়েশা মুখাৰ্জীৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল। তেতিয়াৰ পৰাই আয়েশাই তেওঁৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ অপপ্ৰচাৰ চলাই আহিছে বুলি ভাৰতীয় ক্ৰিকেটাৰজনে অভিযোগ কৰে। তেওঁ দিল্লীৰ পাটিয়ালা হাউচ আদালতত এটা অভিযোগ দাখিল কৰিছে।

শিখৰে অভিযোগ কৰিছে যে আয়েশাই তেওঁৰ কেৰিয়াৰ শেষ কৰাৰ ভাবুকি দিছে। আই পি এলত তেওঁৰ দল দিল্লী কেপিটেলছৰ গৰাকী ধিৰাজ মালহোত্ৰাক মেচেজ প্ৰেৰণ কৰিছে। তাত তেওঁ শিখৰৰ নামত মিছা ৰটনা কৰিছে বুলি ক্ৰিকেটাৰজনে অভিযোগ কৰিছে। ইয়াৰ ফলত তেওঁৰ কেৰিয়াৰ শেষ হ’ব পাৰে বুলি শিখৰে আশংকা কৰে।

দিল্লীৰ আদালতৰ ন্যায়াধীশ হৰিশ কুমাৰে শিখৰৰ আবেদনৰ সঁহাৰি দি কয়, “আয়েশাৰ কোনো নিৰ্দিষ্ট অভিযোগ থাকিব পাৰে। সেই অভিযোগ কৰাৰ এটা প্ৰক্ৰিয়া আছে। আয়েশাই বিচাৰিলে আদালতলৈ আহিব পাৰে। কিন্তু কাৰো এনেদৰে সন্মান হানি কৰিব নোৱাৰে।”

ন্যায়াধীশ হৰিশে শিখৰৰ সপক্ষে ৰায় দিছে। তেওঁ কয়, “আয়েশাই শিখৰৰ বন্ধু, আত্মীয় বা সতীৰ্থ কাকো কোনো মেচেজ প্ৰেৰণ কৰিব নোৱাৰিব। তেওঁ সামাজিক মাধ্যমতো একো লিখিব নোৱাৰে। কিয়নো কেৱলমাত্ৰ এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত কাৰোবাৰ চৰিত্ৰ কলুষিত কৰিব নোৱাৰি।‘’

ন্যায়াধীশগৰাকীয়ে লগতে নিৰ্দেশ দিছে, ‘’ আয়েশাই সংবাদ মাধ্যমত শিখৰৰ বিৰুদ্ধে মুখ খুলিব নোৱাৰিব। কিয়নো বিষয়টো আদালতৰ বিচাৰাধীন। যদি তেওঁৰ কিবা ক’বলৈ আছে, তেওঁ আদালতলৈ আহি ক’ব পাৰে। ইয়াৰ পাছতো, যদি আয়েশাই শিখৰৰ বিৰুদ্ধে মুখ খোলে, তেন্তে আদালতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।”

Recent News

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

মৰ্মান্তিক! পেনচিলভেনিয়াত এক গাড়ী দুৰ্ঘটনাত মৃত্যু দুই ভাৰতীয় ছাত্ৰৰ

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

দেশৰ শ্ৰেষ্ঠ টেষ্ট অধিনায়ক কোহলী; আনকি ধোনী-সৌৰভো নাই বিৰাটৰ আশেপাশে

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd