• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্ৰিকেট কেৰিয়াৰ শেষ কৰি দিয়াৰ ভাবুকি প্ৰাক্তন পত্নী আয়েশা মুখাৰ্জীৰ! আদালতৰ দ্বাৰস্থ শিখৰ ধাৱান

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 6, 2023 1:17 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন পত্নীয়ে তেওঁৰ কেৰিয়াৰ সমাপ্ত কৰাৰ ভাবুকি দিছে। তেওঁৰ সন্মান হানি কৰাৰ চেষ্টা কৰিছে। এনে অভিযোগ লৈ আদালতৰ কাষ চাপিছে শিখৰ ধাৱানে। ভাৰতীয় ক্ৰিকেটাৰজনে প্ৰাক্তন পত্নীক তেওঁৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত ভুল তথ্য প্ৰচাৰ নকৰিবলৈ নিৰ্দেশ দিবলৈ অনুৰোধ জনাইছে। আদালতে শিখৰৰ আবেদনৰ প্ৰতি সঁহাৰি দিছে।

যোৱা বছৰ শিখৰৰ পত্নী আয়েশা মুখাৰ্জীৰ সৈতে বিবাহ বিচ্ছেদ হৈছিল। তেতিয়াৰ পৰাই আয়েশাই তেওঁৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ অপপ্ৰচাৰ চলাই আহিছে বুলি ভাৰতীয় ক্ৰিকেটাৰজনে অভিযোগ কৰে। তেওঁ দিল্লীৰ পাটিয়ালা হাউচ আদালতত এটা অভিযোগ দাখিল কৰিছে।

শিখৰে অভিযোগ কৰিছে যে আয়েশাই তেওঁৰ কেৰিয়াৰ শেষ কৰাৰ ভাবুকি দিছে। আই পি এলত তেওঁৰ দল দিল্লী কেপিটেলছৰ গৰাকী ধিৰাজ মালহোত্ৰাক মেচেজ প্ৰেৰণ কৰিছে। তাত তেওঁ শিখৰৰ নামত মিছা ৰটনা কৰিছে বুলি ক্ৰিকেটাৰজনে অভিযোগ কৰিছে। ইয়াৰ ফলত তেওঁৰ কেৰিয়াৰ শেষ হ’ব পাৰে বুলি শিখৰে আশংকা কৰে।

Apply Now

দিল্লীৰ আদালতৰ ন্যায়াধীশ হৰিশ কুমাৰে শিখৰৰ আবেদনৰ সঁহাৰি দি কয়, “আয়েশাৰ কোনো নিৰ্দিষ্ট অভিযোগ থাকিব পাৰে। সেই অভিযোগ কৰাৰ এটা প্ৰক্ৰিয়া আছে। আয়েশাই বিচাৰিলে আদালতলৈ আহিব পাৰে। কিন্তু কাৰো এনেদৰে সন্মান হানি কৰিব নোৱাৰে।”

ন্যায়াধীশ হৰিশে শিখৰৰ সপক্ষে ৰায় দিছে। তেওঁ কয়, “আয়েশাই শিখৰৰ বন্ধু, আত্মীয় বা সতীৰ্থ কাকো কোনো মেচেজ প্ৰেৰণ কৰিব নোৱাৰিব। তেওঁ সামাজিক মাধ্যমতো একো লিখিব নোৱাৰে। কিয়নো কেৱলমাত্ৰ এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত কাৰোবাৰ চৰিত্ৰ কলুষিত কৰিব নোৱাৰি।‘’

ন্যায়াধীশগৰাকীয়ে লগতে নিৰ্দেশ দিছে, ‘’ আয়েশাই সংবাদ মাধ্যমত শিখৰৰ বিৰুদ্ধে মুখ খুলিব নোৱাৰিব। কিয়নো বিষয়টো আদালতৰ বিচাৰাধীন। যদি তেওঁৰ কিবা ক’বলৈ আছে, তেওঁ আদালতলৈ আহি ক’ব পাৰে। ইয়াৰ পাছতো, যদি আয়েশাই শিখৰৰ বিৰুদ্ধে মুখ খোলে, তেন্তে আদালতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd