• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এৰিব নেকি CBSE! : দিল্লী চৰকাৰে গঠন কৰিলে নিজস্ব ‘বিদ্যালয় শিক্ষা পৰিষদ’

by
March 17, 2021 10:11 am
index.jpg
706
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ অৰবিন্দ কেৰজিৱাল চৰকাৰে দিল্লীৰ বিদ্যালয়সমূহৰ বাবে সুকীয়া শিক্ষা ব’ৰ্ড গঠন কৰিছে।

দিল্লী চৰকাৰে মংগলবাৰে দিল্লী ব’ৰ্ড অৱ স্কুল এডুকেশ্যন(DBSE) নামৰ সংস্থাটো গঠন কৰাৰ কথা ঘোষণা কৰিছে।

মংগলবাৰে দিল্লীৰ শিক্ষা সঞ্চালকালয়ৰ অফিচিয়েল টুইটাৰত কোৱা হৈছে, “এতিয়াৰ পৰা দিল্লীৰ নিজা শিক্ষা ব’ৰ্ড থাকিব। আজি দিল্লী শিক্ষা ব’ৰ্ড পঞ্জীয়ন কৰা হৈছে।”

Now Delhi has its own education board

Delhi Education Board got registered today.

Congratulations to our students, teachers and all the stakeholders!

This will bring the most awaited reform in our assessment system. #DelhiEducationBoard

— DIRECTORATE OF EDUCATION Delhi (@Dir_Education) March 16, 2021

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পূৰ্বে ঘোষণা কৰা মতে দিল্লীৰ নতুনকৈ গঠন হোৱা শিক্ষা ব’ৰ্ডৰ অধীনত ২০২১-২২ শিক্ষা বৰ্ষত ২০ৰ পৰা ২৫ খন বিদ্যালয় থাকিব।

স্মৰ্তব্য যে যোৱা ৬ মাৰ্চত মুখ্যমন্ত্ৰী অৰবিন্দ কেৰজিৱালে দিল্লী চৰকাৰৰ কেবিনেট বৈঠকে দিল্লী শিক্ষা ব’ৰ্ড গঠনৰ প্ৰস্তাৱত অনুমোদন জনোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল।

দিল্লীৰ শিক্ষা মন্ত্ৰীগৰাকী অধ্যক্ষ হিচাপে থাকিবলগীয়া শিক্ষা ব’ৰ্ডৰ এখন গৰ্ভনিং ব’ডী আৰু এখন কাৰ্যকৰী ব’ডী থাকিব। দৈনন্দিন কামসমূহ সম্পাদ কৰিবলগীয়া কাৰ্যকৰী ব’ডীৰ এজন মুখ্য কাৰ্যকৰী বিষয়া(CEO) থাকিব।

দুয়োখন ব’ডীকে শিক্ষা আৰু ঔদ্যোগিক ক্ষেত্ৰৰ বিশেষজ্ঞৰ লগতে আইন নিৰ্ধাৰক, ব্যক্তিখণ্ড শিক্ষাখণ্ডৰ শিক্ষা বিশেষজ্ঞ আৰু আমোলাৰে গঠন কৰা হ’ব।

উল্লেখ্য যে দিল্লীৰ ১০০০ৰো অধিক চৰকাৰী আৰু ১৭০০ৰো অধিক ব্যক্তিগত খণ্ডৰ বিদ্যালয় কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদ(CBSE)ৰ অধীনত পৰিচালিত হৈ আহিছে।

আনহাতে যোৱা বৰ্ষৰ জুলাইত দিল্লী চৰকাৰে ৰাজ্যিক পৰ্যায়ৰ ব’ৰ্ডৰ পৰিকামাঠো আৰু পাঠ্যক্ৰম প্ৰস্তুতিৰ বাবে দুখন কমিটি গঠন দিছিল।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd