• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এৰিব নেকি CBSE! : দিল্লী চৰকাৰে গঠন কৰিলে নিজস্ব ‘বিদ্যালয় শিক্ষা পৰিষদ’

by
March 17, 2021 10:11 am
index.jpg
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ অৰবিন্দ কেৰজিৱাল চৰকাৰে দিল্লীৰ বিদ্যালয়সমূহৰ বাবে সুকীয়া শিক্ষা ব’ৰ্ড গঠন কৰিছে।

দিল্লী চৰকাৰে মংগলবাৰে দিল্লী ব’ৰ্ড অৱ স্কুল এডুকেশ্যন(DBSE) নামৰ সংস্থাটো গঠন কৰাৰ কথা ঘোষণা কৰিছে।

Apply Now

মংগলবাৰে দিল্লীৰ শিক্ষা সঞ্চালকালয়ৰ অফিচিয়েল টুইটাৰত কোৱা হৈছে, “এতিয়াৰ পৰা দিল্লীৰ নিজা শিক্ষা ব’ৰ্ড থাকিব। আজি দিল্লী শিক্ষা ব’ৰ্ড পঞ্জীয়ন কৰা হৈছে।”

Now Delhi has its own education board

Delhi Education Board got registered today.

Congratulations to our students, teachers and all the stakeholders!

This will bring the most awaited reform in our assessment system. #DelhiEducationBoard

— DIRECTORATE OF EDUCATION Delhi (@Dir_Education) March 16, 2021

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পূৰ্বে ঘোষণা কৰা মতে দিল্লীৰ নতুনকৈ গঠন হোৱা শিক্ষা ব’ৰ্ডৰ অধীনত ২০২১-২২ শিক্ষা বৰ্ষত ২০ৰ পৰা ২৫ খন বিদ্যালয় থাকিব।

স্মৰ্তব্য যে যোৱা ৬ মাৰ্চত মুখ্যমন্ত্ৰী অৰবিন্দ কেৰজিৱালে দিল্লী চৰকাৰৰ কেবিনেট বৈঠকে দিল্লী শিক্ষা ব’ৰ্ড গঠনৰ প্ৰস্তাৱত অনুমোদন জনোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল।

দিল্লীৰ শিক্ষা মন্ত্ৰীগৰাকী অধ্যক্ষ হিচাপে থাকিবলগীয়া শিক্ষা ব’ৰ্ডৰ এখন গৰ্ভনিং ব’ডী আৰু এখন কাৰ্যকৰী ব’ডী থাকিব। দৈনন্দিন কামসমূহ সম্পাদ কৰিবলগীয়া কাৰ্যকৰী ব’ডীৰ এজন মুখ্য কাৰ্যকৰী বিষয়া(CEO) থাকিব।

দুয়োখন ব’ডীকে শিক্ষা আৰু ঔদ্যোগিক ক্ষেত্ৰৰ বিশেষজ্ঞৰ লগতে আইন নিৰ্ধাৰক, ব্যক্তিখণ্ড শিক্ষাখণ্ডৰ শিক্ষা বিশেষজ্ঞ আৰু আমোলাৰে গঠন কৰা হ’ব।

উল্লেখ্য যে দিল্লীৰ ১০০০ৰো অধিক চৰকাৰী আৰু ১৭০০ৰো অধিক ব্যক্তিগত খণ্ডৰ বিদ্যালয় কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদ(CBSE)ৰ অধীনত পৰিচালিত হৈ আহিছে।

আনহাতে যোৱা বৰ্ষৰ জুলাইত দিল্লী চৰকাৰে ৰাজ্যিক পৰ্যায়ৰ ব’ৰ্ডৰ পৰিকামাঠো আৰু পাঠ্যক্ৰম প্ৰস্তুতিৰ বাবে দুখন কমিটি গঠন দিছিল।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd