• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘চৰবত জেহাদ’ বক্তব্যৰ বাবে ৰামদেৱক ধমক দিল্লী উচ্চ ন্যায়ালয়ৰ : সকলো বিজ্ঞাপন উঠাই লোৱাৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 22, 2025 5:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত মাহৰ আৰম্ভণিতে বাবা ৰামদেৱৰ এক মন্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। পতঞ্জলিয়ে গ্ৰীষ্মৰ আৰম্ভণিতে বজাৰত মুকলি কৰিছিল এবিধ গোলাপৰ চিৰাপ। এই অনুষ্ঠানত ৰামদেৱে কয় যে দেশত এটা কোম্পানী আছে যিয়ে শৰবাট বনায়। আপুনিও সেই চৰবত ব্যৱহাৰ কৰে। কিন্তু, এই চৰবত বিক্ৰীৰ পৰা পোৱা ধন মাদ্ৰাছা আৰু মছজিদ নিৰ্মাণৰ বাবে যায়। যদিও এই প্ৰসংগত ৰামদেৱে হামদৰ্দ কোম্পানীৰ ৰুহ আফজাৰ নাম উল্লেখ কৰা নাছিল। কিন্তু, তেওঁৰ মন্তব্যৰ লক্ষ্য যে সেইটোৱেই আছিল সেই কথা বুজিবলৈ কাৰো কোনো অসুবিধা হোৱা নাছিল।

ৰামদেৱে কয় যে, “যদি আপুনি সেই চৰবত পান কৰে, তেন্তে দেশত মাদ্ৰাছা আৰু মছজিদ নিৰ্মাণ হ’ব। কিন্তু, যদি আপুনি পতঞ্জলিৰ চৰবত পান কৰে, তেতিয়া গুৰুকুল নিৰ্মাণ হ’ব। আচাৰ্য কুলামৰ বিকাশ হ’ব, পতঞ্জলি বিশ্ববিদ্যালয় ডাঙৰ হ’ব আৰু ভাৰতীয় শিক্ষা ব’ৰ্ড বৃদ্ধি পাব।

Apply Now

ইফালে ৰামদেৱৰ মন্তব্যক প্ৰত্যাহ্বান জনাই আদালতত গোচৰ তৰে হামদৰ্দ কোম্পানীয়ে। আজি আদালতে কয় যে এনেধৰণৰ বক্তব্যই কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আদালতে লক্ষ্য কৰিলে যে এনে বক্তব্যক কোনো কাৰণতে যুক্তিসংগত বুলি গণ্য কৰিব নোৱাৰি। হামদর্দ কোম্পানীৰ অধিবক্তা মুকুল ৰোহতাগিৰীয়ে কয় যে ৰামদেৱৰ কথাবোৰ ঘৃণামূলক ভাষণৰ সমান।

ৰোহতাগিৰীয়ে যুক্তি দিছিল যে ৰামদেৱৰ কথাই সমাজত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰি ধৰ্মৰ ভিত্তিত সমাজত বিভাজনৰ সৃষ্টি কৰিব পাৰে। তেওঁ লগতে কয় যে এই মন্তব্য কেৱল প্ৰতিযোগিতামূলক শত্ৰুতাৰ ফল নহয়। এনে নহয় যে এইটো ৰুহ আফজাৰ সুনাম কলংকিত কৰাৰ প্ৰয়াস। তাতোকৈ ডাঙৰ বিপদটো হ’ল এই মন্তব্যই সাম্প্ৰদায়িক বিভাজনৰ সৃষ্টি কৰিব পাৰে।

দিল্লী উচ্চ ন্যায়ালয়ে ইয়াৰ বাবে বাবা ৰামদেৱক তীব্ৰ ধমক দিয়ে। আদালতে এনে মন্তব্য অনুচিত আৰু গ্ৰহণযোগ্য নহয় বুলি কয়। ৰামদেৱৰ অধিবক্তাই তেওঁৰ মন্তব্য থকা সকলো বিজ্ঞাপন আৰু ভিডিঅ’ পাঁচ দিনৰ ভিতৰত আঁতৰোৱা হ’ব বুলি আশ্বাস দিছে। অৱশ্যে সেই কথাত সন্তুষ্ট নহৈ দিল্লী উচ্চ ন্যায়ালয়ে কয় যে সমগ্ৰ বিষয়টোৰ ওপৰত শপতনামা দাখিল কৰিব লাগিব। এই গোচৰৰ পৰৱৰ্তী শুনানি মে’ মাহত হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd