• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আজৱ চৰকাৰ আজৱ নিয়ম! এতিয়াৰে পৰা গাড়ীত হৰ্ণৰ ঠাইত বাজিব তবলা, ক্লাৰিনেট, বাঁহীৰ শব্দ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 22, 2025 3:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাস্তাত যানজঁটত আবদ্ধ হৈ থাকিলে শ শ গাড়ীয়ে একেলগে হৰ্ণ বজায় আৰু কাণ -মূৰ গৰম হৈ উঠে। কম বেছি পৰিমাণে প্ৰতিজন ভাৰতীয়ই এই বেদনাদায়ক অভিজ্ঞতাৰ সাক্ষী হৈছে। কিন্তু হৰ্ণৰ এই প্ৰচণ্ড শব্দ হয়তো আৰু বেছি দিন শুনিব নালাগিব। কাৰণ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছে যে এতিয়াৰ পৰা গাড়ীৰ হৰ্ণত বিভিন্ন ভাৰতীয় বাদ্যযন্ত্ৰৰ সুৰ বজোৱাটো বাধ্যতামূলক হ’ব। এই সন্দৰ্ভত কেন্দ্ৰই নতুন আইন অনাৰো পৰিকল্পনা কৰিছে বুলিও তেওঁ কয়।

সোমবাৰে এক অনুষ্ঠানত ভাষণ দি গাডকাৰীয়ে কয় যে আমি বিচাৰো যে ৰাস্তাত গাড়ীৰ হৰ্ণৰ বিকট শব্দৰ সলনি বাঁহী, চেহনাই, তবলা, ভায়লিন, হাৰমনিয়াম আদি বিভিন্ন ভাৰতীয় বাদ্যযন্ত্ৰৰ সুৰ ব্যৱহাৰ কৰা হওক।

Apply Now

কোৱা বাহুল্য যে এই পদক্ষেপৰ মূল লক্ষ্য হৈছে পথৰ শব্দ প্ৰদূষণ হ্ৰাস কৰা। বাহনৰ হৰ্ণৰ পৰা নিৰ্গত হোৱা তীব্ৰ শব্দ কেৱল অস্বস্তিকৰ হোৱাই নহয়, ই মানুহৰ স্বাস্থ্যতো প্ৰভাৱ পেলায়। এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীৰ মতে ভাৰতীয় বাদ্যযন্ত্ৰৰ সুৰ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যাব।

গডকাৰীয়ে লগতে কয় যে দেশৰ মুঠ বায়ু প্ৰদূষণৰ ৪০% ৰ বাবে ভাৰতৰ পৰিবহণ খণ্ডই দায়ী। সেইবাবেই মোডী চৰকাৰে পৰিবহণত সেউজ আৰু জৈৱ ইন্ধনৰ ব্যৱহাৰক উৎসাহিত কৰিছে। কেন্দ্ৰই বিশেষকৈ মিথানল আৰু ইথানল ভিত্তিক ইন্ধনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

ভাৰতৰ অটোমোবাইল উদ্যোগক লৈও আশাবাদী মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে ২০১৪ চনত ভাৰতৰ অটোমোবাইল উদ্যোগৰ মূল্য ১৪ লাখ কোটি টকা আছিল যদিও আজি ই ২২ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। গাডকাৰিয়ে আৰু কয় যে আজি আমি জাপানক অতিক্ৰম কৰি বিশ্বৰ তৃতীয় বৃহত্তম অটোম’বাইল বজাৰ হিচাপে পৰিগণিত হৈছো। এতিয়া আমাৰ আগত কেৱল আমেৰিকা আৰু চীনহে আছে।

কিন্তু হৰ্ণৰ সলনি সংগীত ব্যৱহাৰ কাৰ্যকৰী হ’লে ভাৰতীয় পথত শব্দ প্ৰদূষণ হ্ৰাস পোৱাই নহয়, পথৰ অভিজ্ঞতাও অধিক শান্তিপূৰ্ণ হ’ব।

উল্লেখ্য যে যদি এই আইন কাৰ্যকৰী হয় তেন্তে গাড়ীৰ পিছফালে থকা “হৰ্ণ প্লিজ” শব্দটোৰ সলনি থাকিব “মিউজিক প্লিজ!”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am
চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd