• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেৰীকমৰ পুত্ৰৰ জন্মদিনত উপস্থিত হ’ল দিল্লী আৰক্ষী; কেক কাটি দিলে শুভেচ্ছা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 15, 2020 9:52 am
Mary-Kom
5.1k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ সন্ত্ৰাসৰ ফলত গোটেই ভাৰতবৰ্ষতে এতিয়া এক উদ্বেগজনক পৰিস্থিতিয়ে বিৰাজ কৰিছে।

কেন্দ্ৰীয় চৰকাৰে কৰ’না সংক্ৰমণ ৰোধ কৰাৰ বাবে দেশজুৰি লকডাউনৰ ঘোষণা কৰিছে।

লকডাউনৰ ফলত স্কুল-কলেজ, বজাৰ, চিত্ৰগৃহকে ধৰি ৰাজহুৱা স্থানসমূহ বন্ধ হৈ পৰিছে। লকডাউনৰ বাবেই মানুহ গৃহবন্দী হৈ আছে।

লকডাউনৰ মাজতে বৃহস্পতিবাৰে বক্সিং চেম্পিয়নমেৰীকমৰ কনিষ্ঠ পুত্ৰ প্ৰিন্সৰ জন্মদিন আছিল।

মেৰীকমৰ পুত্ৰৰ জন্মদিনৰ কথা জানিব পাৰি দিল্লী আৰক্ষীৰ এচিপি প্ৰজ্ঞাই বাৰ্থডে কেক লৈ আৰক্ষীৰ এটা দলৰ সৈতে নতুন দিল্লীৰ হুমায়ুন ৰোডত থকা মেৰীকমৰ ঘৰত উপস্থিত হয়।

দিল্লী আৰক্ষীক এইদৰে বাৰ্থডে কেক লৈ উপস্থিত হোৱা দেখি মেৰীকম আচৰিত হৈ পৰে।

Thank you @DCPNewDelhi for making this birthday so special for my younger son Prince Kom.

You all are real frontline warriors, i salute you all for your dedication and commitment.@CPDelhi @DelhiPolice @LtGovDelhi @pragya_92 pic.twitter.com/5LOcEN3CH8

— M C Mary Kom OLY (@MangteC) May 14, 2020

ইয়াৰ পাছতে মেৰীকমৰ পুত্ৰ প্ৰিন্সে কেক কাটে আৰু মাতৃৰ লগতে দিল্লী আৰক্ষীৰ তথা পৰিয়ালৰ আন লোকৰ সৈতে জন্মদিন উদযাপন কৰে।

দিল্লীৰ আৰক্ষীৰ দলটোৱে মেৰীকমৰ পুত্ৰক জন্মদিনৰ শুভেচ্ছা জনায়।

এচিপি প্ৰজ্ঞাই জানিবলৈ দিয়ে যে মেৰীকম মহিলা সবলীকৰণৰ এগৰাকী জলন্ত দৃষ্টান্ত। তেওঁ দেশক কেইবাটাও পদক উপহাৰ দিয়াৰ লগতে সমগ্ৰ বিশ্বতে দেশৰ নাম উজলাই তুলিছে। দিল্লী আৰক্ষীৰ তেওঁৰ সন্মানৰ অৰ্থে এয়া এক সামান্য প্ৰয়াস।

ইপিনে, বক্সিঙৰ বিশ্ব চেম্পিয়ন মেৰীকমেও লকডাউনৰ সময়ত দিল্লী আৰক্ষীৰ কামকাজৰ শলাগ লয়।

Recent News

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd