• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কামৰ সময় ৬ ঘণ্টালৈ হ্ৰাস আৰু বাগিচাৰ শ্ৰমিকক ৯৫ মাস্ক প্ৰদানৰ দাবী

উত্তম শইকীয়া by উত্তম শইকীয়া
May 25, 2021 7:25 pm
Bokakhat
339
VIEWS
Share on FacebookShare on Twitter

বোকাখাত মহকুমাৰ লখৌজান চাহ বাগিছাত শ্ৰমিকক এন ৯৫ মাস্ক আৰু হেণ্ড চেনিটাইজাৰ দিবৰ বাবে শ্ৰমিক সংঘৰ আহ্বান৷

লগতে কোভিড সংক্ৰমণৰ বাবে শ্ৰমিক সকলৰ কামৰ সময় ৮ ঘন্টাৰ পৰিবৰ্তে ৬ ঘন্টা কৰি দৈনিক হাজিৰা প্ৰদান কৰিবৰ বাবেও অসম চৰকাৰক তেওঁলোকে দাবী জনায়৷

লখৌজান চাহ বাগিচাৰ সংঘৰ উপ সভাপতি প্ৰভাত নাহকে জনোৱা মতে সম্প্ৰতি বাগিচা কৰ্তৃপক্ষই শ্ৰমিকক এমাহৰ বাবে মাত্ৰ এখনকৈ ডিচপজেৱল মাস্কহে দিছে৷ যাৰ বাবে মাস্কৰ অভাৱত পৰিব লগা হৈছে শ্ৰমিক সকল ৷ সেয়েহে অচিৰেই

শ্ৰমিক সকলক উন্নত মানৰ এন ৯৫ মাস্কৰ যোগান ধৰিবলৈ বাগিচা কৰ্তৃপক্ষক নিৰ্দেশ দিবৰ বাবেও অসম চৰকাৰক দাবী জনাইছে বুলিও তেওঁ জনায়৷

৮ ঘন্টাৰ পৰিৱৰ্তে সম্পুৰ্ণ সামাজিক দুৰত্ব বজাই ৰাখি ৬ ঘন্টাৰ বাবেহে শ্ৰমিক নিয়োজিত কৰিবলৈ বাগিচা কৰ্তৃপক্ষক নিৰ্দেশ দিবৰ বাবে অসম চৰকাৰক অনুৰোধ জনায় লখৌজানৰ শ্ৰমিক সকলে৷

এনে পটভূমিত মঙ্গলবাৰৰ দিনা লখৌজান চাহ বাগিচাৰ ব্যৱসায়ী অর্জুন শর্মা, বিজু শৰ্মা, জয়ন্ত বৰা আৰু সঞ্জয় ঠাকুৰে শ্ৰমিক সংঘৰ সহযোগত বাগিচাৰ শ্ৰমিকসকলৰ মাজত হেণ্ড ৱাচাৰ, মাস্ক আৰু ডেটল চাবোন বিতৰণ কৰে৷

সামগ্ৰী বিতৰণৰ সময়তেই কোভিড সংক্ৰমন প্ৰতিৰোধৰ বাবে ল’ব লগা সাৱধানতাৰ বিষয়েও শ্ৰমিকক সজাগ কৰে৷

এই অভিযানত লখৌজান চাহ বাগিচা সংঘৰ উপ সভাপতি প্ৰভাত নাহক আৰু কাৰ্যকৰ্তা উমেশ তাঁতীৰ উপৰিও অনান্য লোকেও সহযোগ কৰে৷

Tags: COVID-19

Recent News

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

‘ইয়াতে থাকিব বিচাৰো’: বেংগালুৰুৰ পদপিষ্টৰ ঘটনাত নিহত পুত্ৰৰ কবৰৰ ওপৰত হুকহুকাই কান্দিলে পিতৃয়ে

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

মেইটেই নেতাক গ্ৰেপ্তাৰক লৈ পুনৰ অশান্ত মণিপুৰ; ৫খন জিলাত বন্ধ ইণ্টাৰনেট সেৱা

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

দেশৰ কনিষ্ঠতম IAS বিষয়া আস্থা! কোচিং নোলোৱাকৈ মাত্ৰ ২১ বছৰ বয়সতে UPSC ত ৬১ ৰেংক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd