• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাঞ্চল্য! বাৰত প্ৰৱেশত বাধা পোৱাৰ বাবেই নিৰ্বিচাৰ গুলীচালনা মহিলাৰ, পাঁচজন আহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 22, 2023 8:10 pm
Woman Shoots 5 People
464
VIEWS
Share on FacebookShare on Twitter

মাৰণাস্ত্ৰৰ অবাধ প্ৰচলনে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰত। বিগত সময়ছোৱাত আমেৰিকাত গুলীচালনাৰ বহু চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এনে এক ঘটনাই শেহতীয়াকৈ জোকাৰি তুলিছে ডেনভাৰ চহৰ।

প্ৰকাশিত খবৰ অনুসৰি, শনিবাৰে নিশা ডেনভাৰ চহৰত এখন বাৰৰ ভিতৰত প্ৰৱেশত বাধা পোৱাৰ ক্ষোভতে নিৰ্বিচাৰে গুলীবৰ্ষণ কৰে। এই চাঞ্চল্যকৰ ঘটনাত আহত হয় পাঁচজনকৈ লোক।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সদৰী কৰা মতে, মহিলাগৰাকীয়ে আন ব্যক্তিৰ পৰিচয় পত্ৰ ব্যৱহাৰ কৰাৰ সন্দেহত তেওঁক বাৰৰ ভিতৰলৈ সোমোৱাত বাধা দিয়া হৈছিল।

প্ৰৱেশৰ পৰা বঞ্চিত হোৱাৰ পিছতে ক্ষোভিত মহিলাগৰাকীয়ে প্ৰৱেশৰ বাবে পাতি থকা শাৰীৰ পৰা ওলাই আহে আৰু বন্দুক উলিয়াই অতৰ্কিতে গুলীচালনা কৰে। নিশা প্ৰায় ১১.১৫ বজাত এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।

মহিলাগৰাকীৰ এই আক্ৰমণৰ ফলত পাঁচজন লোক আহত হয়। এনে অতৰ্কিত আক্ৰমণত বাৰৰ বাহিৰত শাৰীত থকা লোকসকল ভীতিগ্ৰস্ত হৈ উক্ত স্থানৰ পৰা পলায়ন কৰে।

ইফালে এই ঘটনাৰ পিছত যোৱা ছয় দিন ধৰি মহিলাগৰাকী পলায়ন কৰি আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। পলাতক মহিলাগৰাকীৰ সন্ধানত ডেনভাৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি সদৰী কৰে।

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd