• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আনুষ্ঠানিকভাৱে চাকৰি জীৱনৰ পৰা বিদায় জনোৱা হ’ল আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 30, 2019 1:08 pm
WhatsApp Image 2019-11-30 at 12.13.13 PM

চাকৰি জীৱনৰ পৰা বিদায় লোৱাৰ প্ৰাক্ মুহূৰ্তত সতীৰ্থৰ সৈতে আৰক্ষী সঞ্চালক প্ৰধান কূলধৰ শইকীয়া। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাহিলিপাৰাস্থিত অসম আৰক্ষীৰ চতুৰ্থ APBN কাৰ্যালয়ত এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত বিদায় সম্বৰ্দ্ধনা জনোৱা হ’ল কূলধৰ শইকীয়াক।

বিদায় পেৰেড অনুষ্ঠানত ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰকে ধৰি বিভিন্ন উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।

বিদায়ৰ লোৱাৰ সময়ত শইকীয়াই সংবাদমাধ্যমৰ আগত কয়,”আজি  ডেৰ কুৰি বছৰৰ অন্তত চাকৰি জীৱন শেষ হ’ল। এই দীঘলীয়া পৰিক্ৰমাত বহু মানুহ লগ পালো।”

“সামূহিকভাৱে অসমৰ ৰাইজে যি ধৰণে সহায় সহযোগিতা আগবঢ়ালে তাৰবাবে তেওঁলোকৰ ওচৰত চিৰ কৃতজ্ঞ,”-শইকীয়াই কয়।

ইপিনে ভৱিষ্যত সময় কিদৰে অতিবাহিত কৰিব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত শইকীয়াই কয়, “সামাজিক কামৰ সৈতে জড়িত থাকি ভাল পাওঁ। অসমৰ ৰাইজৰ লগ লাগি সামাজিক কাম কাজ কৰাৰ মাদকতা আছে।”

চাকৰি জীৱনৰ অভিজ্ঞতা সম্পৰ্কে কিতাপ আকাৰে ছপা কৰি উলিয়াব বুলিও শইকীয়াই লগতে সদৰী কৰে।

তেওঁ কয়, “জীৱনটোত কামবিলাক আধৰুৱা যেনেই লগা হয়। কামত আধৰুৱা থকাটো ভাল। আধৰুৱা থাকিলে মনত ড্ৰাইভ এটা থাকে কিন্তু পৰিপূৰ্ণতাত নাথাকে।”

উল্লেখ কৰিব পাৰি যে ১৯৮৫ বৰ্ষৰ আই পি এছ শইকীয়াই যোৱা বৰ্ষৰ ২৫ এপ্ৰিলত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি লাভ কৰিছিল। তেওঁৰ পাছতেই ভাস্কৰ জ্যোতি মহন্তক ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে।

তদুপৰি, ১৯৮৫ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগ দিয়াৰ পূৰ্বে নতুন দিল্লীত পৰিকল্পনা আয়োগত ভাৰতীয় অৰ্থনৈতিক সেৱাৰ বিষয়া হিচাপে কাম কৰা শইকীয়াই ভাৰতীয় ৰে’লটো কিছুকালৰ বাবে ট্ৰেফিক সেৱাৰ বিষয়া হিচাপে কাম কৰিছিল।

শইকীয়া অসমীয়া সাহিত্যৰ এজন জনপ্ৰিয় তথা সংবেদনশীল গল্পকাৰ। গল্পৰ স্বীকৃতি হিচাপে শইকীয়াই সাহিত্য একাডেমি বঁটাও লাভ কৰিছে।

আৰক্ষী সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট বৰঙণিৰ বাবে তেওঁ দুবাৰ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকো লাভ কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd